নিয়মীয়া বাৰ্তা, ২৩ জুনঃ পূব লাডাখত চীন আৰু ভাৰতৰ উত্তেজনা তুংগত থকাৰ সময়তে আজি লাডাখত উপস্থিত হ’লগৈ সেনা প্ৰধান এম এম নৰৱানে । লাডাখত উপস্থিত হৈয়ে সেনা প্ৰধানগৰাকীয়ে লেহস্থিত সৈনিক হাস্পতাললৈ যায়, য’ত সংঘৰ্ষত আহত সেনা জোৱানসকলৰ চিকিৎসা চলি আছে ।
ইপিনে সেনা প্ৰধানগৰাকীয়ে গ্ৰাউণ্ড কামাণ্ডাৰ সকলৰ সৈতে এক আলোচনাত মিলিত হ’ব ।
Delhi: Army Chief General Manoj Mukund Naravane leaves for Ladakh. He will review the on-ground situation with the 14 Corps officials and the progress in talks with the Chinese military. pic.twitter.com/yIyLflkOJ9
— ANI (@ANI) June 23, 2020