Fourth Dimensionৰ দ্বাৰা আৰম্ভ হ’ব “UNLOCKING MEDIA IN TAMIL NADU”
নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ Fourth Dimension চেন্নাইস্থিত দেশৰ আগশাৰীৰ এটা মিডিয়া কোম্পানী। কেৱল মাত্ৰ চেন্নাইতেই নহয়, মুম্বাই আৰু দিল্লীৰ পৰাও পৰিচালিত হয়। এটা টেলিভিছন চেনেল, ৰেডিঅ’ অথবা আলোচনী নহয়, ইউটিউব চেনেলৰ জৰিয়তেও খ্যাতি লাভ কৰিছে। বৰ্তমান প্ৰতিষ্ঠানটোৰ আছে পুথিয়া থালাইমুৰা( তামিলনাডুৰ ১নং নিউজ চেনেল), V6 (নেতৃস্থানীয় তেলুগু নিউজ চেনেল), Puthu Yugam( তামিল GEC) আৰু B2B যিয়ে দক্ষিণভাৰতত ইভেণ্ট বিক্ৰী পৰিচালনা কৰে।
Fourth Dimension-এ দাক্ষিণাত্য মিডিয়া চামিট( ২০১৮-২০১৯) মোবাইল আৰু ডিজিটেল মিডিয়া কনক্লেভ ২০১৯ৰ লগতে Changing Media Landscape মাদুৰাইত অনুষ্ঠিত কৰিছিল।
এই সফলতাৰ পাছত তামিনাডুৰ মিডিয়া প্ৰেক্ষাপটত এক নতুন সংযোজন Unlocking Media in Tamil Nadu- Chapter1 ”
২০২০বৰ্ষৰ ২২ মাৰ্চৰ পৰা মিডিয়া ক্ষেত্ৰখনত অভূতপূৰ্ব পৰিবৰ্তন হৈছে। বহু ব্ৰেণ্ড ধ্বংসৰ গ্ৰাসত পৰিছে। কিছু সংখ্যকে নিজৰ বুদ্ধিমত্তাৰে এই ক্ষেত্ৰখন বৰ্তি আছে। আনহাতে লক ডাউনত ‘Chennai – Mecca of Retail’ তলাবন্ধ হোৱাৰ পথত।
Fourth Dimensionৰ মুখ্য পৰিচালন সঞ্চালক শংকৰ বিয়ে কয় যে আমি অধীৰ আগ্ৰহৰে এক E Conclave অনুষ্ঠিত কৰাৰ কথা চিন্তা-চৰ্চা কৰিছো যিয়ে বিজ্ঞাপনদাতাকে ধৰি মিডিয়াক সহায় কৰিব। পৰবৰ্তী পদক্ষেপ কি হ’ব বক্তাসকলৰ মন্তব্যৰ পৰাই জানিব পাৰিব বুলি মন্তব্য কৰে।