নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ ক’ৰোনাত আক্রান্ত হৈছে ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাস।
দেওবাৰে টুইট কৰি আৰবিআই গৱর্নৰ শক্তিকান্ত দাসে জনায়, “ক’ভিড টেষ্টৰ ফলাফল পজিটিভ আহিছে। কোনো উপসর্গ নাই। ভালে আছোঁ। আইছ’লেশ্যনত থাকিয়ে নিজৰ কাম কৰি যাম। আৰবিআইৰ কামকাজ স্বাভাৱিক ভাবেই চলিব।”
I have tested COVID-19 positive. Asymptomatic.Feeling very much alright.Have alerted those who came in contact in recent days.Will continue to work from isolation. Work in RBI will go on normally. I am in touch with all Dy. Govs and other officers through VC and telephone.
— Shaktikanta Das (@DasShaktikanta) October 25, 2020