FREE কৈ ৬ জিবি ইন্টাৰনেট ডাটা দিছে Airtel য়ে, জানেনে কেনেকৈ পাব আপুনি?
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ এয়াৰটেল প্রিপেইড গ্রাহকসকলৰ বাবে সুবর্ণ অফাৰ আনিছে টেলিকম কোম্পানীটোৱে। ক্রিকেটৰ ভাল দিন পুনৰ ঘূৰি অহাৰ সময়তে এয়াৰটেলে তেওঁলোকৰ প্রিপেইড গ্রাহকসকলৰ সুবিধাৰ্থে ফ্রি ডাটা প্ৰদান কৰিছে। আহক জানো কেনেকৈ ৬ জিবি ফ্রি ডাটা পাব আপুনি…
লগতে পঢ়কঃ জানুৱাৰীত সন্তান প্রসৱৰ পাছতে শ্বুটিঙলৈ উভতিব অনুষ্কা শর্মা