নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ উত্তৰ প্রদেশত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বা ‘কা’বিৰোধী প্রতিবাদত নিহত হোৱা লোকসকলৰ পৰিয়ালৰ সৈতে মিলিত হোৱাৰ বাবে ৰাজ্যখনৰ মীৰাটত প্রৱেশৰ প্রচেষ্টা কংগ্রেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী তথা দলৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধীক মঙলবাৰে আৰক্ষীয়ে বাধা প্রদান কৰে ৷ উল্লেখনীয় যে ১৪৪ ধাৰা জাৰি কৰা অৱস্থাতে তিনিজন লোকে একেলগে যাব নোৱাৰে বুলি যুক্তি দর্শাই আৰক্ষীয়ে বাধা প্রদান কৰে ।
Next Post
You might also like