নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ টকীয়া নোট বিক্ৰী কৰি উপাৰ্জন কৰক হাজাৰ টকা…

নিয়মীয়া বাৰ্তা ৫ জুনঃ লকডাউনৰ সময়ত ঘৰতেই বহি উপাৰ্জন কৰক হাজাৰ টকা। তাৰ বাবে কোনো ধৰণৰ কম্পিউটাৰ বা লেপটপত বহি কাম কৰিব নালাগে। তাৰ বাবে মাত্ৰ পুৰণি ৫ টকীয়া নোট খন বিক্ৰী কৰিব লাগিব। এই নোট কেইখনৰ মূল্য অনলাইন যোগে antiques আৰু collectables ৰ জৰিয়তে গম পাব।

কিন্তু এই নোটখনত কিছুমান বৈশিষ্ট্য থাকিব লাগিব। পাঁচ টকীয়া নোটখনত টেক্টৰ খন থাকিব লাগিব। যাৰ বিনিময়ত অনলাইন যোগে ৩০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। লগতে এই নোটখনত ৭৮৬ নম্বৰ থাকিব লাগিব। যদি কাৰোবাৰ ওচৰত যদি এনেধৰণৰ নোট আছে তেতিয়া ইয়াৰ বিনিময়ত লাখ টকা উপাৰ্জন কৰিব পাৰিব।

বিশেষকৈ যি সকল লোকে পুৰণি নোট সংগ্ৰহ কৰে তেওঁলোকৰ বাবে এক সুবৰ্ণ সুযোগ। অনলাইন চাইট coinbazzar.comৰে পুৰণি নোট সমূহৰ সলনি কেইবাহাজাৰো টকা উপাৰ্জন কৰাৰ সুযোগ প্ৰদান কৰি আহিছে।

প্ৰথমে এই অনলাইন চাইটত গৈ ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পিছত ইয়াৰ ফটো আপলোড কৰিব লাগিব। আৰু যি সকল লোকে এই নোটখন কিনিব বিচাৰে তেওঁলোকে  নিজেই যোগাযোগ কৰিব। source- news18

You might also like