নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিডনী বিকল হৈ মৃত্যু জনপ্রিয় অভিনেত্রী লীনা আচার্যৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ জনপ্রিয় অভিনেত্রী লীনা আচার্য আৰু নাই। শনিবাৰে দিল্লীত কিডনী বিকল হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। জনা গৈছে, প্রায় দেৰ বছৰ ধৰি কিডনীৰ সমস্যাত ভুগি আছিল অভিনেত্রী লীনা।

লগতে পঢ়কঃ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ‌, মাত্র ৮ দিনত ৩,৬০০ কিঃমিঃ পথ চাইকেল চলাই অভিলেখ তৰুণৰ

ইপিনে লীনাৰ মাতৃয়ে তেওঁক কিছুদিন পূৰ্বে কিডনীও দিছিল, তথাপিও শেষৰক্ষা নহ’ল তেওঁৰ।

উল্লেখ্য যে ২০১৮ চনত ৰাণী মুখাৰ্জীৰ সৈতে ‘হিচকি’ ছবিত দেখা গৈছিল লীনা আচার্যক। এবছৰৰ আৰম্ভণিতে ৱেব শ্ব’ ‘ক্লাছ অফ ২০২০’তো দেখা যায় লীনাক।

You might also like