নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত দুৰ্ঘটনা, ঘাইপথত বাগৰিল গেছ টেংকাৰ

  • জাগীৰোডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমলিঘাটত দুৰ্ঘটনা।
  • ঘাইপথৰ ওপৰতে বাগৰি পৰিল গেছ টেংকাৰ।
  • ফলত সামান্য পৰিমাণে নিৰ্গত হৈ আছে গেছ।
  • আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে।
  • ঘটনাৰ ফলত One way কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ।

নিয়মীয়া বাৰ্তা ডেস্ক, ২ অক্টোবৰ

You might also like