বঢ়মপুৰত আফ্ৰিকান ছোৱাইন ফিভাৰত শতাধিক গাহৰিৰ মৃত্যু, প্ৰশাসনৰ নিৰ্দেশনা
- বঢ়মপুৰত নগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি।
- আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগ সংক্ৰমিত অঞ্চলত ১ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত গাহৰি মাংস বিক্ৰী আৰু জীৱিত গাহৰি বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
- বঢ়মপুৰত শতাধিক গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত্যু হৈছে। ফলত হাহাকাৰ অৱস্থা এতিয়া গাহৰি পালকৰ মাজত।
- তাৎক্ষণিকভাৱে পশুপালন বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা। গাহৰি পালকৰ ঘৰে ঘৰে ঔষধ বিতৰণ কৰিছে পশু পালন কৰ্মচাৰীয়ে।
- জিলা প্ৰশাসনৰ নিৰ্দেশনা অৱমাননা কৰি গাহৰি মাংস বিক্ৰী কৰাৰ অভিযোগ পশুপালন বিভাগৰ।
নিয়মীয়া বাৰ্তা ডেস্ক. ২২ অক্টোবৰ