নলবাৰী বড়িদতৰাত ফুটবল প্ৰতিযোগিতাত দৰ্শক-সমিতিৰ প্ৰচণ্ড কাজিয়া
নলবাৰীৰ বড়িদতৰাত চলি থকা ফুটবল প্ৰতিযোগিতাত প্ৰচণ্ড মাৰপিট৷
ছয়গাঁও আৰু বিহপুৰীয়া এফ চিৰ মাজত চলি আছিল প্ৰতিযোগিতাখনৰ খেল৷
দৰ্শক আৰু খেল পৰিচালনা সমিতিৰ মাজত সংঘটিত হয় এই কাজিয়া৷
এজন খেলুৱৈ আঘাতপ্ৰাপ্তৰ ফলত লোৱা হোৱা নাছিল কোনো চিকিৎসাৰ ব্যৱস্থা ৷
তাৰ পিছতে দৰ্শক আৰু সমিতিৰ মাজত হয় প্ৰচণ্ড কাজিয়া।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ