ডিমৌত অগ্নিকাণ্ড, গেছ পৰিবাহী পাইপ লাইনত লাগিল জুই
- ডিমৌৰ কলিয়াপানীত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা।
- গেছ পৰিবাহী পাইপলাইনত লাগিছে জুই।
- জুইৰ প্ৰকোপ বৃদ্ধি হোৱাত আতংকিত হৈ পৰিছে ৰাইজ।
- দীপাৱলীৰ মাজতে এনেদৰে জুইৰ সূত্ৰপাত হোৱাত অঞ্চলজুৰি লোক শংকিত হৈ পৰিছে।
- ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈছে।
- পিছে এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই জুই।
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ