শিৱসাগৰত দীপাৱলীৰ নিশা দুই যুৱকক ছুৰিকাঘাত উদণ্ড যুৱকৰ
নিচাসক্ত যুৱকজনে যুৱক দুজনক আক্ৰমণ কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই
- শিৱসাগৰত দীপাৱলীৰ নিশা সংঘটিত হয় এক ভয়ানক অঘটন
- দলবদ্ধ আক্ৰমণৰ বলি হয় দুই যুৱক
- ছুৰীৰে আক্ৰমণ কৰে দুই যুৱকক
- শিৱসাগৰৰ ষ্টেচন চাৰিআলিত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড
- ছুৰীৰে আক্ৰমণ কৰা যুৱকজনৰ নাম পৰীক্ষিত ডেকা
- আক্ৰমণ কৰা যুৱকজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকাৰ সন্দেহ কৰা হৈছে
- পৰীক্ষিত ডেকাক স্থানীয় লোকে কৰায়ত্ত কৰে
- ছুৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱক দুজনৰ নাম ৰাহুল বৰুৱা আৰু আছিক খান
- ৰাহুল বৰুৱাৰ ঘৰ ষ্টেচন চাৰিআলিত আৰু আছিক খানৰ ঘৰ বিজি ৰোডত
- নিচাসক্ত যুৱকজনে যুৱক দুজনক আক্ৰমণ কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ