নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তিযুঁজাৰু পেন্সন ৩৬ হাজাৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্যৰ মুক্তিযুঁজাৰুসকলৰ বাবে সুখবৰ৷ ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছে মুক্তিযুঁজাৰুসকলৰ পেন্সন৷ ৰাজ্যৰ মুক্তিযুঁজাৰুসকলৰ পেন্সন প্রতিমাহে ২১,০০০ টকাৰ পৰা ৩৬,০০০ টকালৈ বৃদ্ধি কৰিছে৷ ৰাজ্যৰ সকলো মুক্তিযুঁজাৰুৰ ক্ষেত্রত এই নির্দেশ কার্যকৰী হ’ব৷ উল্লেখ যে পেন্সন বৃদ্ধিৰ বাবে মুক্তিযুঁজাৰুসকলে দাবী জনাই আহিছিল৷

You might also like