ৰহমৰীয়াত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মাৰাথন দৌৰ
- প্ৰাণৰো প্ৰাণ জনতাৰ শিল্পী জুবিন গাৰ্গ আজি ৫৩ সংখ্যক জন্ম দিন।
- জুবিনবিহীনভাৱে সমগ্ৰ ৰাজ্যতে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ জন্ম দিন পালন কৰিব।
- ব্যতিক্ৰম নহয় লাহোৱালৰ ৰহমৰীয়াত।
- ৰহমৰীয়া জুবিন ক্ষেত্ৰ সমিতি উদ্যোগত সূৰ্যোদয় যুৱ সংঘৰ সহযোগত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
- জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১০০ৰো অধিক যুৱক-যুৱতীয়ে এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰে।
- স্থান দখল কৰা প্ৰতিযোগীসকলক ৰহমৰীয়া জুবিন ক্ষেত্ৰত মানপত্ৰসহ বঁটা প্ৰদান কৰে।
ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ