নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন নিৰ্দেশনাঃ নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ৪ মে’: অসমত ক’ভিডৰ সংক্রমণ ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ভিডৰ সংক্রমণ বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ৷ যাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা।

  • ৫ মে’ৰ পৰা নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা হ’ব সান্ধ্য আইন।
  • ইপিনে বিয়লি ২ বজাতে বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।
  • বিয়লি  ৬ বজাৰ পৰা কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব।
  • অত্যাৱশ্যকীয় সেৱাত জড়িত লোকসকলৰ বাহিৰে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম।
You might also like