নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ লখিমপুৰত উচ্ছেদ অভিযান, জাননী জাৰি প্ৰশাসনৰ

লখিমপুৰ বিধানসভা সমষ্টিত চাৰে তিনি হাজাৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ’ব ৷ সদ্যহতে লখিমপুৰৰ পশ্চিম চানমাৰীত চলিব উচ্ছেদ অভিযান ৷

১৯০ ঘৰ বেদখলকাৰীলৈ পঠিওৱা হৈছে জাননী ৷ লখিমপুৰ জিলা প্ৰশাসনে বান্ধি দিলে ১৫ দিনৰ সময় সীমা। এতিয়া বেদখলকাৰীয়ে নিজেই ভাঙিছে ঘৰ দুৱাৰ।

Niyomiya Barta Desk, 5 September

You might also like