নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক আটক

ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : চিৰাং জিলাত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত সফলতা লাভ কৰা হৈছে। জিলাখনৰ বৰতালোৱা জামতলা অঞ্চলত এক গোপন সূত্ৰৰ পম খেদি কাজলগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন লোকক আটক কৰে। আৰক্ষীয়ে AS-19C-0820 নম্বৰৰ এখন…

নৰ্থ বেংক মহাবিদ্যালয়ত ‘সংস্কৃতিৰ এদিন’ শীৰ্ষক বিশেষ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৪ এপ্ৰিল : উত্তৰ অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাস্থিত নৰ্থ বেংক মহাবিদ্যালয়ত বৃহস্পতিবাৰে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ। ঢোল-পেঁপাৰ মাতত কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীৰ লগতে…

কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ, যিকোনো মুহূৰ্ততে হ’ব পাৰে গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : গুৱাহাটী উচ্চ ন্যায়ালয়তো মুখথেকেচা খালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই। পৱন খেড়াৰ অগ্ৰিম জামিন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আজি গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ ন‍্যায়াধীশ পাৰ্থিৱজ‍্যোতি শইকীয়াৰ আদালতে নাকচ…

নগাঁৱৰ মৰিকলঙত চিকিৎসকৰ বাসগৃহত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

ডিজিটেল ডেস্ক, নগাঁও, ২৪ এপ্ৰিল : নগাঁও জিলাৰ মৰিকলং অঞ্চলত নিশা সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত মাজনিশা প্ৰায় ৬ জনীয়া এটা ডকাইতৰ দলে হঠাৎ প্ৰৱেশ…

জুবিন গাৰ্গ হত্যা গোচৰত আজি সিদ্ধাৰ্থৰ জামিনৰ শুনানি

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰত আজি চাৰ্জফ্ৰেমৰ ধাৰাবাহিক শুনানি অনুষ্ঠিত হ’ব। গোচৰটোক কেন্দ্ৰ কৰি পুনৰ এবাৰ আদালত পৰিৱেশ উত্তপ্ত হৈ উঠিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সম্পৰ্কীয় শুনানি সম্পন্ন…

অভি-নীল হত্যাকাণ্ডৰ দোষীৰ আজি শাস্তি ঘোষণা

আজি ঘোষণা কৰা হ’ব বহুল আলোচিত অভি-নীল হত্যাকাণ্ডৰ দোষীসকলৰ শাস্তি। নগাঁও সত্র ন্যায়াধীশৰ আদালতে আজি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰকাশ কৰিব। ইয়াৰ পূৰ্বে, ২০ এপ্ৰিলত আদালতে এই ঘটনাৰ সৈতে জড়িত ২০জনক দোষী সাব্যস্ত কৰিছিল। আজি তেওঁলোকৰ বিৰুদ্ধে কি…

নয়দাত দুজন সন্দেহজনক আতংকবাদীক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশ ATS-এ নোৱাইডাৰ পৰা দুজন সন্দেহজনক আতংকবাদীক গ্ৰেপ্তাৰ কৰিছে। এই দুয়ো অভিযুক্তে ISIৰ বাবে কাম কৰি আছিল আৰু পাকিস্তানী গেংষ্টাৰ শেহজাদ ভট্টীৰ সৈতে সংযোগ আছিল। তেওঁলোকৰ পৰা পিষ্টল আৰু চাকু উদ্ধাৰ কৰা হৈছে। এই সন্দেহজনক দুয়োজনে…

আইপিএল ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয় মুম্বাই ইণ্ডিয়ানছৰ

চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক ১০৩ ৰানত পৰাজিত কৰিছে। এইটো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ ইতিহাসত চেন্নাইৰ আটাইতকৈ ডাঙৰ জয় আৰু মুম্বাইৰ আটাইতকৈ ডাঙৰ পৰাজয়। মুম্বাই দলটো নিজৰ ঘৰুৱা মাটিত খেলি আছিল যদিও, চেন্নাইয়ে ৱাংখেড়ে…

সম্পাদকীয় : নেপালত পয়মাল

দেশ কঁপোৱা জেন–জি আন্দোলনৰ তাৎক্ষণিক ফচল নেপালৰ বলেন্দ্র শ্বাহৰ চৰকাৰ৷ জেন–জি আন্দোলনৰ পিছত নেপালত অনুষ্ঠিত সাধাৰণ নির্বাচনত বৃহৎ জয়লাভেৰে বলেন শ্বাহৰ নেতৃত্বত গঠিত হৈছিল নতুন চৰকাৰ৷ নতুন চৰকাৰখনক লৈ দেশৰ জনতাই হিশেষকৈ নতুন চামে বহুত আশা…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি আজি আপুনি ব্যৱসায়ত পৰিকল্পিতভাৱে কাম কৰিব, যাৰ ফলত ধনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উচ্চ কৰ্তৃপক্ষ আপোনাৰ কাম কৰাৰ ধৰণত সন্তুষ্ট হ’ব আৰু কেৰিয়াৰত ডাঙৰ সফলতা লাভ কৰিব। ইতিবাচক মনোভাৱ আৰু নতুন সুযোগে কেৰিয়াৰক নতুন উচ্চতালৈ লৈ যাব।…