নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত বঁটা প্ৰদান অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৩ এপ্ৰিল : মেধাৱী ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদান আৰু ঘিলামৰা শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গঠন হোৱা "চেনীৰাম সূত-পদ্মাৱতী সূত স্মাৰক ন্যাস"ৰ সৌজন্যত আজি ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত প্ৰথমবাৰৰ বাবে…

নিয়োগ বাৰ্তা : অসম ৰাইফলছৰ ১১৭টা খালী পদত চাকৰি

🔹 আবেদনৰ শেষ তাৰিখ ১১ মে’, ২০২৬ হাবিলদাৰ ক্লার্ক, ৰাইফলমেন মেচন আৰু অধিক খালী পদৰ নিযুক্তিৰ বাবে অসম ৰাইফলছৰ অধিসূচনা ঘোষণা কৰা হৈছে৷ খালী পদৰ সবিশেষৰ প্রতি আগ্রহী আৰু সকলো যোগ্যতাৰ মাপকাঠী সম্পূর্ণ কৰা যোগ্য প্রার্থীসকলে অধিসূচনা পঢ়ি…

বশিষ্ঠ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চিলনী চোৰ, উদ্ধাৰ চুৰি ম’বাইল

বশিষ্ঠ আৰক্ষীৰ এক বিশেষ অভিযানত দুজন দুৰ্ধৰ্ষ চিলনী চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে ৰহমত আলী আৰু ৰাজীৱ কলিতা। আৰক্ষী সূত্ৰে জনোৱা মতে, এই দুই অভিযুক্তই ৰাজপথত যাতায়াত কৰা লোকসকলৰ বেগ আৰু মোবাইল কাঢ়ি লৈ অঞ্চলটোত…

হেৰাই যোৱাৰ উপক্ৰম গুৰু দুজনাৰ সাঁচিপাতৰ পুথি, পশ্চিম বংগ চৰকাৰৰ অৱহেলা

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা আৰু জাতীয় তথা আধ্যাত্মিক জীৱনক সমৃদ্ধ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নিজ হাতে লিখা সাঁচিপাতৰ পুথিৰ লগতে অন্য সত্ৰীয়া আপুৰুগীয়া সম্পদ সম্প্ৰতি কোচবিহাৰৰ উত্তৰ বংগ ৰাষ্ট্ৰীয় পুথিভঁৰালত…

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল, এক্সযোগে জনালে মুখ্যমন্ত্ৰীয়ে

ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল : ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। অহা ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। এই কথা ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক্স…

LPG ডেলিভাৰীৰ বাবে DAC নম্বৰ কি? কেনেদৰে লাভ কৰিব, নাপালে কি কৰিব—জানক সম্পূৰ্ণ তথ্য

ষ্ট্ৰেইট অৱ হৰমুজত উত্তেজনাৰ মাজতো চৰকাৰে স্পষ্ট কৰি কৈছে যে দেশজুৰি পেট্ৰ’লিয়াম সামগ্ৰী আৰু LPG-ৰ যোগান স্বাভাৱিকভাৱে চলি আছে। পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জনোৱা মতে, দেশৰ কোনো ঠাইতেই LPG-ৰ ষ্টক শেষ হোৱা বুলি কোনো প্ৰতিবেদন…

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত জ্বলি উঠিল বাহন, ১১জনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল : উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত মাউগঞ্জ-মিৰ্জাপুৰ পথত বুধবাৰে (২২ এপ্ৰিল) নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চল কঁপাই তোলে। এনএইচ-১৩৫ৰ ড্ৰামনগঞ্জ ঘাটিত তীব্ৰ গতি আৰু ব্ৰেক ফেল হোৱা এখন ট্ৰাকে এনে এক ভয়ংকৰ…

পশ্চিমবংগত ভোটগ্ৰহণ : BJP-TMC কৰ্মীৰ মাজত ব্যাপক সংঘৰ্ষ

পশ্চিমবংগৰ দক্ষিণ মিদনাপুৰ জিলাৰ কুমাৰগঞ্জ আসনত বিজেপি প্ৰাৰ্থী শুভেন্দু সৰকাৰৰ ওপৰত আক্ৰমণ সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। এটা ভিডিঅ’ত দেখা গৈছে যে তেওঁ আক্ৰমণৰ পৰা বাচিবলৈ দৌৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছে। তেওঁৰ সৈতে সুৰক্ষা কৰ্মী থাকিলেও…

পশ্চিমবংগৰ মুৰ্ছিদাবাদত ভোটগ্ৰহণৰ সময়ত হিংসাত্মক ঘটনা

ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল : পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ভোটগ্ৰহণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। ইয়াত তৃণমূল কংগ্ৰেছৰ পৰা পৃথক হোৱা হুমায়ূন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ লাগে। আম জনতা উন্নয়ন পাৰ্টীৰ প্ৰতিষ্ঠাপক…

সুকন্যা : গুৱাহাটীত চিটীবাছৰ একমাত্র চালক পাপৰি ৰয় ৰাভাৰে সাক্ষাৎকাৰ

সাক্ষাৎ গ্রহণ : নৱ কুমাৰ শর্মা ফোন : ৯৯৫৪৫–৯০১৩৩ গুৱাহাটী মহানগৰীত অসম ৰাজ্যিক পৰিবহণ নিগম চমুকৈ এএছটিচিৰ চিটীবাছ চালক হিচাপে আপুনি একমাত্র মহিলা যাৰ বাবে এতিয়া আপোনাৰ এক সুকীয়া চিনাকি গঢ়ি উঠিছে৷ আৰম্ভণিৰে পৰা কিদৰে আগবঢ়ি আপুনি উক্ত সেৱাত…