১২ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল
আজি ১২ এপ্রিল, চ’ত মাহৰ ২৮ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণা দশমী, নক্ষত্র : শ্রৱণা, যাত্রা : মধ্যম
মেষ : নতুন কোনো শুভ সংবাদ আহিব পাৰে৷ বন্ধুবর্গৰ পৰা উৎসাহ পাব৷ আর্থিক লাভ৷ মনৰ শান্তি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷
বৃষ : কর্মত উদাৰতা থাকিব৷…