নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্রুতগতিত বৃদ্ধি ফিফা বিশ্বকাপ ফুটবলৰ টিকটৰ দাম

ফিফা বিশ্বকাপ ফুটবললৈ মাজতে মাথোঁ দুমাহ বাকী৷ অহা ১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ফুটবল৷ প্রতিযোগিতাখনৰ দিন চমু চাপি অহাৰ লগে লগে টিকটৰ দামো দ্রুতগতিত বৃদ্ধি পাইছে৷ প্রতিযোগিতাখনৰ টিকটৰ মূল্যক লৈ বিতর্ক…

গুৱাহাটীত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীত ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভঙাগড়স্থিত ৰুদ্ৰাক্ষ মলৰ পিছফালে উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো সোণাপুৰৰ সিদ্ধান্ত দাস নামৰ যুৱকজনৰ বুলি চিনাক্ত কৰা হৈছে।…

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ সেনৰ দেহাৱসান

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক তথা জিলাখনৰ আগমনি প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ সেন (টেক্সি)ৰ দেহাৱসান ঘটিছে। আজি ধুবুৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। দীৰ্ঘদিন ধৰি সাংবাদিকতা ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা প্ৰদীপ সেন ধুবুৰী…

শ্ৰীভূমি জিলাত অব্যাহত পুনৰ ভোটগ্ৰহণ, কঠোৰ নিৰাপত্তা

শ্ৰীভূমি জিলাৰ এটা ভোটকেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ চলি আছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯নং বেবীলেণ্ড উচ্চ ইংৰাজী স্কুলত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অব্যাহত আছে। উল্লেখযোগ্য যে ৯ তাৰিখে অনুষ্ঠিত ভোটগ্ৰহণৰ সময়ত এই ভোটকেন্দ্ৰটোত বুথ…

ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত বাঘৰ আক্ৰমণত আহত মহিলা

ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত বাঘৰ আক্ৰমণত এগৰাকী মহিলা চাহ শ্ৰমিক গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চাহ বাগিচাখনত কাম কৰি থকাৰ সময়তে বাঘে আক্ৰমণ কৰে মীৰা গজিন নামৰ মহিলাগৰাকীক। আক্ৰমণত গুৰুতৰভাৱে আহত…

আকাশবাণীৰ ঘোষিকা জুৰি শৰ্মাৰ দেহাৱসান

আকাশবাণীৰ জ্যেষ্ঠ ঘোষিকা জুৰি শৰ্মাৰ দেহাৱসান ঘটিছে। তেওঁৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছতেই আকাশবাণী মহল তথা শুভানুধ্যায়ীৰ মাজত শোকৰ ছাঁ নামি আহিছে। দীৰ্ঘদিন ধৰি আকাশবাণীৰ সৈতে জড়িত হৈ থকা জুৰি শৰ্মাই নিজৰ সুন্দৰ কণ্ঠ আৰু দক্ষ উপস্থাপনৰ…

গুৱাহাটীত গোল্ডেন থ্ৰেডছ অৱ আছাম মুকলি

অসমীয়া স্বাভিমানক বিশ্বৰ বজাৰলৈ আগবঢ়োৱাৰ লক্ষ্যৰে গুৱাহাটীৰ GS ৰোডত নতুনকৈ মুকলি কৰা হৈছে গোল্ডেন থ্ৰেডছ অৱ আছাম নামৰ এখন বিশেষ বিপণী। অসমৰ পৰম্পৰাগত মুগা শিল্পক বিশ্বমুখী কৰাৰ উদ্দেশ্যেৰে স্থাপন কৰা এই বিপণীখনত অসমৰ শিপিনীয়ে বোৱা বিভিন্ন…

জামিন আবেদন দাখিল জুবিন হ*ত্যাৰ অভিযুক্ত শ্যামকানুৰ 

জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত শ্যামকানু মহন্তই পুনৰ আদালতত জামিন আবেদন দাখিল কৰিছে। নিজ অধিবক্তাৰ জৰিয়তে শ্যামকানু মহন্তই ফাষ্টট্ৰেক আদালতত এই জামিন আবেদন দাখিল কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান বাক্সাৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা…

উত্তৰ কৰিমগঞ্জত ১১ এপ্ৰিলত পুনঃভোটগ্ৰহণ

কাইলৈ উত্তৰ কৰিমগঞ্জত পুনঃভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কাইলৈ (১১ এপ্ৰিল) পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। জানিব পৰা মতে, উত্তৰ কৰিমগঞ্জৰ বেবীলেণ্ড ইংলিছ হাইস্কুলৰ এটা ভোটকেন্দ্ৰত এই পুনঃভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব। উল্লেখযোগ্য যে…

মেট্ৰিকৰ ফলাফলত বিফলতাৰ হেটট্ৰিক ৰামপুৰ বালিকা হাইস্কুলৰ

বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী ৬গৰাকী, পৰীক্ষাৰ্থী মাত্ৰ ৫গৰাকী। পিছে ফলাফল আকৌ ‘শূন্য’! নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ বালিকা হাইস্কুলৰ পুনৰবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইখন বিদ্যালয়ে লাভ…