লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন
বিশেষ বাৰ্তা, লখিমপুৰ, ১২ এপ্রিল : পৰম্পৰা, সংস্কৃতি আদি দিশত ছয় দশকৰো অধিক কাল এক সুকীয়া গৌৰৱোজ্জ্বল ধাৰাৰ বাহক ৰূপে চিনাকি আছে লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ। প্ৰতিবছৰে ব্যতিক্রমী কাৰ্য্যসূচীৰে গৌৰৱোজ্বলভাৱে লখিমপুৰ ৰঙালী বিহু…