নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাকত বিজেপিয়ে লাভ কৰিব ৯খনৰ পৰা ১১খন

শুকুৰবাৰে বৰাক উপত্যকাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চাৰিখন বিজয় সংকল্প সভাত জনতাৰ অভূতপূর্ব উচ্ছ্বাস দেখা গ'ল। সভাৰ পিছত  সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বৰাক উপত্যকাত ১৩খন আসনৰ ভিতৰত বিজেপিয়ে ৯ খনৰ পৰা ১১ খন…

নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি বিক্ষোভৰ সন্মুখীন কংগ্ৰেছ প্ৰাৰ্থী

নৱগঠিত ৭৫নং নাওবৈছা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ ঢকুৱাখনা সমষ্টিৰ সোৱণশিৰী পঞ্চায়তৰ মৰনৈ পাতৃচুক তিনি আলিত আজি কংগ্ৰেছৰ প্ৰাৰ্থী জয়প্ৰকাশ দাসে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি টি,এম,পি,কে'ৰ ৰোষত পৰিব লগা হয়। উল্লেখ্য যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ…

মাৰ্ঘেৰিটা-মাজুলী-খোৱাঙত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি আজি মাৰ্ঘেৰিটাৰ ইনথেম নগা পথাৰত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ সমৰ্থনত, মাজুলীৰ জেংৰাই আৰু উত্তৰ কমলাবাৰীত ভুৱন গামৰ সমৰ্থনত, খোৱাঙৰ বাঁহনি…

অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিছে কংগ্ৰেছ-এআইইউডিএফে

"কংগ্ৰেছ আৰু এ আই ইউ ডি এফে যেতিয়াই সুবিধা পায়,তেতিয়াই ভাৰত আৰু ভাৰতীয় সকলক অপমান কৰি আহিছে৷ এই দল দুটাই অনুপ্ৰৱেশকাৰীসকলক প্ৰশ্ৰয় দি অসমৰ জনবিন্যাস সলনি কৰাৰ চেষ্টা চলাই আহিছে৷ কিন্তু কংগ্ৰেছ আৰু এ আই ইউ ডি এফে এই পৰিকল্পনা এন ডি এ…

গোৱালপাৰাত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ দেশৰ গৃহমন্ত্ৰীৰ

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগা বিধানসভা নিৰ্বাচনৰ বাবে ১৫নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভা আৰু পশ্চিম গোৱালপাৰা (জনজাতি) বিধানসভা সমষ্টিৰ প্ৰাৰ্থী পৱিত্ৰ ৰাভাৰ হৈ নিৰ্বাচনী ৰণডংকা বজায় কেন্দ্ৰীয়…

নামৰূপ-III ইউনিটে গঢ়িলে নতুন মাইলষ্টোন

দেশৰ অন্যতম গুৰুত্বপূৰ্ণ সাৰ উৎপাদন প্ৰতিষ্ঠান BVFCL-এ পুনৰ এবাৰ নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে নতুন কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৱে উৎপাদন, বিক্ৰী আৰু ব্যৱসায়ৰ বিভিন্ন ক্ষেত্ৰত এতিয়ালৈকে সৰ্বাধিক সফলতা লাভ কৰি এক নতুন দৃষ্টান্ত…

বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ টেলিকম অপাৰেটৰ এয়াৰটেলৰ মাইলষ্ট’ন অৰ্জন

ভাৰতী এয়াৰটেলে ৬৫০ নিযুত গ্ৰাহক অতিক্ৰম কৰি বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ টেলিকম অপাৰেটৰ হিচাপে এক গুৰুত্বপূৰ্ণ মাইলষ্ট'ন অৰ্জন কৰিছে। জিএছএমএ ইণ্টেলিজেন্স অনুসাৰে, ভাৰত আৰু আফ্ৰিকাত শক্তিশালী উপস্থিতিৰ বাবে কোম্পানীটো বিশ্বব্যাপী দ্বিতীয়…

ময়ূৰ বৰগোহাঁইৰ হৈ কাইলৈ নাজিৰাত নিৰ্বাচনী প্ৰচাৰ চলাব ড০ হিমন্ত বিশ্ব শৰ্মাই

শিৱসাগৰ জিলাৰ বৰছিলাত কাইলৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠন হোৱা ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি তথা শাসকীয় মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ময়ূৰ বৰগোঁহাইৰ হৈ…

চলন্ত ৰে’লত নিজ কন্যাক ঘ*পিয়াই হ*ত্যা পাষাণ পিতৃৰ

এক কল্পনা কৰিব নোৱাৰা ভয়ংকৰ হত্যা কাণ্ড আজি সংঘটিত হয় লখিমপুৰত। এই অকল্পনীয় ভয়ংকৰ ঘটনাটো সংঘটিত হয় চলন্ত ৰেলত। চলন্ত ৰেলত নিজৰ কণমানি কন্যাক ঘপিয়াই শিৰচ্ছেদ কৰিলে  এজন  পিতৃ নামধাৰী নৰৰক্তপিপাসুৱে। মানৱ সমাজক লজ্জানত কৰা এই ঘটনাতো…

টিংখাঙত মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী সভাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি

যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমুহৰ মাজত। দিনে নিশাই সমষ্টিৰ চুকে কোনে, ঘৰে ঘৰে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে দলীয় নেতা পলি নেতাসকলক। ৰাইজৰ মাজত প্ৰতিশ্ৰুতি ঢল বোৱাই ভোটাৰৰ মন জয় কৰি নিৰ্বাচনৰ…