চলন্ত ৰে’লত নিজ কন্যাক ঘ*পিয়াই হ*ত্যা পাষাণ পিতৃৰ
এক কল্পনা কৰিব নোৱাৰা ভয়ংকৰ হত্যা কাণ্ড আজি সংঘটিত হয় লখিমপুৰত। এই অকল্পনীয় ভয়ংকৰ ঘটনাটো সংঘটিত হয় চলন্ত ৰেলত। চলন্ত ৰেলত নিজৰ কণমানি কন্যাক ঘপিয়াই শিৰচ্ছেদ কৰিলে এজন পিতৃ নামধাৰী নৰৰক্তপিপাসুৱে।
মানৱ সমাজক লজ্জানত কৰা এই ঘটনাতো…