নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত পদ্মা নৈত বাগৰিল যাত্ৰীবাহী বাছ, ২৬জনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৬ মাৰ্চ : বাংলাদেশৰ ৰাজবাৰী জিলাত সংঘটিত বাছ দুৰ্ঘটনাত ২৬জন যাত্ৰীৰ মৃত্যু হৈছে। ঘটনা অনুসৰি যাত্ৰীভৰ্তি বাছখন নৈৰ পাৰ হ'বলৈ দৌলতদিয়া ঘাটত এখন ডাঙৰ নাওত উঠাৰ সময়ত পদ্মা নৈত পৰি যায়। বাছখন ঢাকালৈ গৈ আছিল। তথ্য অনুসৰি, ২৩টা…

আঘাত বাঁও আঁঠুত, সোঁ আঁঠুৰ পৰীক্ষা কৰি এমবাপেক ফিট ঘোষণা

ডিজিটেল ডেস্ক, ২৬ মার্চ : আঘাত পাইছিল বাঁও ভৰিৰ আঁঠুত৷ পৰীক্ষা কৰিলে সোঁ ভৰিৰ আঁঠুৰ৷ স্বাভাৱিকতে ফলাফল ফিট হৈ আহিল৷ ফিট ঘোষণা কৰি খেলাৰ চার্টিফিকেট দিলে চিকিৎসকৰ দলে৷ ৰিয়েল মাদ্রিদৰ চিকিৎসকৰ এই অদ্ভুত কাণ্ডই সকলোৰে চকু কপালত তুলিছে৷ আচৰিত…

ডাম্পাৰ-বাছৰ মুখামুখি সংঘৰ্ষ, জীৱন্তে অগ্নিদগ্ধ ১৩গৰাকী

ডিজিটেল ডেস্ক, ২৬ মাৰ্চ : অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰম জিলাত বৃহস্পতিবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষ হোৱাৰ লগে লগে বাছখনত জুই লাগি যায়। ফলত বাছখনত থকা ১৩জন যাত্ৰীৰ জীৱন্তে অগ্নিদগ্ধ হৈ…

উষ্ণতা বৃদ্ধিৰ ফলত বিশ্বজুৰি উপদ্রৱ বাঢ়িব এডিছ ইজিপ্তাই মহৰ

ডিজিটেল ডেস্ক, ২৬ মার্চ : মহৰ উপদ্রৱ কমাবলৈ বিজ্ঞানীসকলে বিভিন্ন চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই৷ হাজাৰ চেষ্টা কৰিও বিনাশ কৰিব পৰা নাই এন’ফিলিছ ষ্টিফেনছাই, এডিছ ইজিপ্তাই আৰু কিউলেক্স মহৰ বংশ৷ আমাৰ দেশত বিশেষকৈ উত্তৰ–পূর্বাঞ্চলত মহৰ…

আলোচনাৰ প্রস্তাৱ : সমাপ্তিৰ দিশে মধ্যপ্রাচ্যৰ যুদ্ধ

ডিজিটেল ডেস্ক, ২৬ মার্চ : ইৰানৰ বিৰুদ্ধে মার্কিন যুক্তৰাষ্ট্র আৰু ইজৰাইলে যুটীয়াভাৱে চলাই থকা যুদ্ধখনৰ পৰিসমাপ্তিৰ পূর্বচর্ত হিচাপে ইৰানক ১৫দফীয়া প্রস্তাৱ দিছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ আমেৰিকা আৰু ইৰানৰ মাজত মধ্যস্থতাৰ চেষ্টা চলাইছে…

সম্পাদকীয় : নতুন অস্ত্র

নির্বাচনৰ বতৰ৷ অসমত এতিয়া নির্বাচনৰ গৰম বতাহ বলিছে৷ ভাৰতৰ নির্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ২০২৬ চনৰ ৯ এপ্রিলত ১২৬টা সমষ্টিত বিধানসভা নির্বাচন হ’ব৷ এই নির্বাচনত মুঠ ২ কোটি ৫০ লাখ ভোটাৰে ৩১,৪৮৬টা ভোটগ্রহণ কেন্দ্রত ভোটদান কৰিব৷ ৪ মে’ত ভোটগণনা…

২৬ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ মার্চ, চ’ত মাহৰ ১১ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : আদ্রা, যাত্রা : নাই মেঘ : আজি কোনো শুভ কথাত মন আনন্দিত হ’ব৷ আর্থিক দিশত বাধা পাব পাৰে। পাৰিবাৰিক দিশত শুভ৷ ব্যৱসায়ত বাধা৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷ বৃষ : আজি…

অখিল গগৈৰ উপস্থিতিত RD-CONG-AJP-ৰ মিলন

মৰিয়নি সমষ্টি কংগ্ৰেছ দলে মিত্ৰতাৰ নামত ৰাইজৰ দলক এৰি দিয়াত সৃষ্টি হোৱা বাদ বিবাদৰ আজি অৱসান ঘটিছে। সমষ্টিটোত এতিয়া কংগ্ৰেছ- অসম জাতীয় পৰিষদৰ সৈতে একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ৰাইজৰ দল। আজি সমষ্টিটোৰ কলীয়াপানী আৰু পূৱ যোৰহাট ব্লক…

চন্দ্ৰপুৰত প্ৰাপ্য ৰন্ধন গেছৰ পৰা বঞ্চিত বহু লোক

ৰন্ধন গেছৰ নাটনিয়ে সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দিনৰ দিনটো এজেন্সীৰ সম্মুখত শাৰী পাতি থকাৰ পিছতো চিলিণ্ডাৰ এটা পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বহু গ্ৰাহক। কিন্তু তাৰ মাজতে মহানগৰীৰ বহু এজেন্সীৰ গ্ৰাহকে চিলিণ্ডাৰ নোলোৱাৰ…

ঐতিহ্যমণ্ডিত ফাটবিহু সমিতিৰ কাৰ্যালয় মুকলি প্ৰস্তুতি পৰাশৰৰ

অতীজৰ হাবুং অঞ্চলৰ ঢকুৱাখনাত চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত বিভিন্ন জাতি জনগোষ্ঠীৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ উৎসৱৰূপে উদযাপিত হৈ অহা ঐতিহ্যমণ্ডিত ফাটবিহু এইবাৰ অহা ৮, ৯ আৰু ১০ মে'ত অনুষ্ঠিত হ'ব। ২০২৬ বৰ্ষৰ ফাটবিহু পৰম্পৰাগত নিয়মেৰে…