নিৰ্বাচন সমাগত! সময় সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ
দিছ্পুৰ প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত হয় বাঘ সেনাৰ এখন সংবাদ মেল। সংবাদ মেলত বাঘ সেনাই ৰাজ্যত সম্প্ৰীতি বজাই ৰখাৰ লগতে সংখ্যালঘু লোকসকলৰ অধিকাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰে।
সংগঠনটোৰ নেতৃত্ব ইউনুছ তামুলীয়ে কয় যে, তেওঁলোকে সংখ্যালঘু আৰু সাধাৰণ…