সম্পাদকীয় : সেউজ চিন্তা
সাম্প্রতিক যুদ্ধকালীন পৰিস্থিতিত পেট্র’ল–ডিজেল–গেছৰ সৰবৰাহক লৈ উদ্ভৱ হোৱা আশংকাৰ পৰিপ্রেক্ষিতত বিকল্প ইন্ধনৰ প্রাসংগিকতা বৃদ্ধি পাইছে৷ ভূগর্ভস্থ ইন্ধন ভাণ্ডাৰৰ ওপৰত অত্যধিক নির্ভৰশীলতা যে বৰ বিপজ্জনক হ’ব পাৰে সেয়া মাজে–সময়ে সোঁৱৰাই থাকে এনে…