নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলৰ প্রথম সপ্তাহত বিহালীত প্রধানমন্ত্রী মোদীৰ বিশাল জনসভা

ডিজিটেল ডেস্ক, ২২ মার্চ : প্রার্থী তালিকা ঘোষণাৰ পিছতে সমাগত বিধানসভা নির্বাচনৰ বাবে অধিক তৎপৰ হৈ পৰিছে বিজেপি৷ দলটোৰ মূল লক্ষ্যই হৈছে ক্রমাগতভাৱে তৃতীয়বাৰলৈ অসমৰ ক্ষমতা দখল কৰা৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সমান্তৰালভাৱে ৰাষ্ট্রীয় নেতৃত্বয়ো…

হৰমুজ উদ্ধাৰৰ লক্ষ্যৰে মধ্যপ্রাচ্যৰ দিশে ধাৱমান আমেৰিকাৰ ‘জল দানৱ’ ট্রিপলী

ডিজিটেল ডেস্ক, ২২ মার্চ : ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি হৰমুজ প্রণালীক লৈ শ’লঠেকত পৰিছে আমেৰিকা৷ বিশ্বৰ প্রায় ২৫ শতাংশ তেল যোগানৰ পথ বন্ধ হৈ পৰাত ট্রাম্পৰ ওপৰত বিশ্বৰ অধিকাংশ দেশ ক্ষুব্ধ হৈ পৰিছে৷ যুদ্ধংদেহি মনোভাবত থাকিলেও এই অৱস্থাত…

নলবাৰীত লক্ষাধিক সমৰ্থকক লৈ মনোনয়ন দাখিল কৰিব বিজেপিৰ তিনি প্ৰাৰ্থীয়ে

সোমবাৰে (২৩ মাৰ্চ) নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ক্ৰমে নলবাৰী সমষ্টিৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, টিহু সমষ্টিৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰী সমষ্টিৰ বাবে জিএমডিএৰ অধ্যক্ষ…

২২ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ মার্চ, চ’ত মাহৰ ৭ তাৰিখ, দেওবাৰ মেঘ : আজি ঘৰুৱা দিশত বাধা কম পাব৷ হঠাৎ ব্যস্ততা বৃদ্ধি পাব৷ ব্যৱসায়ত সমস্যাৰ সমাধান হ’ব৷ প্রেমত কষ্ট৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷ বৃষ : আজি কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক৷ দাম্পত্যত শুভ ফল৷ ব্যৱসায়ত…

‘গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত কংগ্রেছত প্রত্যেক ক্ষেত্রতে মই অৱহেলিত হ’লোঁ’

ডিজিটেল ডেস্ক, ২১ মার্চ : ৰাজনৈতিক বিশেষ পৰিস্থিতিত কংগ্রেছ এৰি হঠাৎ বিজেপিত যোগদান কৰিয়েই দিছপুৰ সমষ্টিৰ প্রার্থিত্ব লাভ কৰা প্রদ্যুৎ বৰদলৈয়ে আজি পুনৰ কংগ্রেছ ত্যাগৰ কাৰণ ব্যাখ্যা কৰিলে৷ কংগ্রেছৰ বিধায়ক ৰূপে মার্ঘেৰিটা সমষ্টিত চাৰিবাৰকৈ…

ৰীল বনাবলৈ গৈ অভাৰব্ৰীজৰ পৰা তললৈ পৰি গুৰুতৰভাৱে আহত কিশোৰ

ঈদৰ আনন্দ-উল্লাসৰ মাজতে ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ বালাজানত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। ৰীল বনাবলৈ গৈ বালাজান অঞ্চলৰ এখন নৱনির্মিত অভাৰব্ৰীজৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় এজন কিশোৰ। বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কিশোৰজন…

কৃত্রিম বুদ্ধিমত্তাৰে শত্রুক বিচাৰি ধ্বংস কৰিব ভাৰতীয় সেনাৰ ড্রোনে

ডিজিটেল ডেস্ক, ২১ মার্চ : মানৱবিহীন উৰণীয়া যানত এইবাৰ কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিব ভাৰতীয় সেনাই৷ ইজৰাইলৰ সৈতে যুটীয়া উদ্যোগত ‘মেক ইন ইণ্ডিয়া’ কার্যসূচীত দেশতেই নির্মাণ হ’ব এই এআই ড্রোন৷ ইজৰাইলৰ শীর্ষস্থানীয় এআই ৰব’টিক্স এণ্ড ছফটৱেৰ…

গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল ২লৈ স্থানান্তৰ পাঁচখনকৈ ঘৰুৱা বিমানৰ সেৱা

ডিজিটেল ডেস্ক, ২২ মার্চ : উত্তৰ-পূর্বাঞ্চলৰ বিমান পৰিচালনাত নতুন দিগন্তৰ সূচনা কৰি ইতিমধ্যে আৰম্ভ হোৱা গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নৱনির্মিত টার্মিনেল–২–এ অযুত সম্ভাৱনা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে যোৱা ২২…

আজিৰে পৰা চাৰিদিনীয়াকৈ গৌৰীসাগৰ সমন্বয় গ্ৰন্থ উৎসৱ আৰম্ভ

গ্ৰন্থ উৎসৱত সাধাৰণতে লেখক, পাঠক আৰু প্ৰকাশকৰ সমন্বয় ঘটে। সেই সমন্বয়তাত সৌন্দৰ্যতা  বিচাৰি পোৱা যায়। লগতে গ্ৰন্থ উৎসৱসমূহে গতানুগতিকতাৰ পৰা আতঁৰি আহি বৌদ্ধিক উত্তেজনা সৃষ্টি কৰিবৰ সাজু হ'ব লাগে। সাম্প্ৰতিক সময়ত পাঠকৰ চিন্তা-চেতনাবোৰ…

নগাঁৱৰ ভিন্ন প্ৰান্তত উলহ-মালহেৰে ঈদ-উল-ফিটৰ উদযাপন

আজি নগাঁও জিলাত ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে ঈদ-উল-ফিটৰ উদযাপন কৰে। আজি পবিত্ৰ ঈদ উপলক্ষে জিলাখনৰ বিভিন্ন মছজিদ, ঈদগাহত হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰি ঈদৰ নামাজ আদায় কৰে। নগাঁও চহৰৰ বিখ্যাত টাউন আঞ্জুমানে ঈদগাহত চহৰখনৰ বিভিন্ন…