লালুকত দহ লাখ পঞ্চাশ হাজাৰ টকাৰ জালনোট উদ্ধাৰ, এজনক জে’ললৈ প্ৰেৰণ
জালনোট, ড্ৰাগছ, গাঞ্জা আদি মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়, নকল সোণ, ঠগ, প্ৰৱঞ্চক আদি কাৰ্যৰ সৈতে সততে নাম সাঙোৰ খাই অহা লখিমপুৰ জিলাৰ লালুক, বঙালমৰা, বিহপুৰীয়া, নাওবৈচা আদি অঞ্চলত পুলিচ প্ৰশাসনে মাৰাথন অভিযান অব্যাহত ৰাখিলেও বহু অঞ্চলত…