অভিজাত তালিকাত ৰ’নাল্ডোৰ সৈতে স্থান লাভ মেছিৰ
ডিজিটেল ডেস্ক, ২০ মার্চ : বর্ণিল কেৰিয়াৰত আন এক মাইলষ্টোনত প্রৱেশ কৰিলে আর্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে৷ ফুটবলৰ ৰাজপুত্রগৰাকীয়ে কেৰিয়াৰত ৯০০সংখ্যক গ’ল কৰাৰ গৌৰৱ অর্জন কৰে৷
বুধবাৰে কনকাকাফ চেম্পিয়নছ কাপত ইণ্টাৰ মিয়ামিয়ে নেশ্বভিলৰ…