বিপাঙত মাৰ্ঘেৰিটাৰ কংগ্ৰেছী : পিতৃৰ বিজেপি গমনৰ পিছতেই পুত্ৰৰ সিদ্ধান্ত
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰতীক বৰদলৈয়ে আসন্ন বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা নিজকে আঁতৰাই লোৱাৰ কথা আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। কংগ্ৰেছৰ সভাপতি তথা কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ…