নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ বেংক কলেজৰ স্থায়ী অধ্যক্ষ হিচাপে ড০ গীতাঞ্জলি বৰুৱাৰ দায়িত্ব গ্রহণ

উত্তৰ অসমৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাৰ নর্থ বেংক মহাবিদ্যালয়ত ড° গীতাঞ্জলি বৰুৱাই স্থায়ী অধ্যক্ষ হিচাপে কর্তব্যত যোগদান কৰে। বিগত ২৭ বছৰে নৰ্থ বেংক মহাবিদ্যালয়ত সেৱা আগবঢ়োৱা ড° বৰুৱা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক…

অভি-নীল হত্যাকাণ্ডৰ শুনানি সম্পন্ন, ৬ এপ্ৰিলত ৰায়দানৰ সম্ভাৱনা!

দীঘলীয়া সময় ধৰি চলি থকা চাঞ্চল্যকৰ অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি সম্পন্ন হৈছে। এই জঘন্য হত্যাকাণ্ডৰ গোচৰত অহা ৬ এপ্ৰিল, ২০২৬ তাৰিখে ৰায়দান দিয়াৰ সম্ভাৱনা আছে। উল্লেখ্য যে এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া বিগত ৮ বছৰ ধৰি নগাঁও সত্ৰ ন্যায়াধীশৰ…

কাইলৈ UPPL-ত যোগদান কৰিব এবছুত্যাগী দ্বীপেন বড়োৱে

সুদীৰ্ঘ পঁচিশ বছৰীয়া ছাত্ৰ ৰাজনীতিৰ পৰা আজি আনুষ্ঠানিকভাবে বিদায় ললে এবছুৰ সভাপতি দ্বীপেন বড়োই। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে তিনিটা কাৰ্যকাল সুকলমে পাৰ কৰা দ্বীপেন বড়োই এবছুৰ পৰা অৱসৰ বিচাৰি পূৰ্বতেও আবদেন কৰিছিল যদিও সংগঠনে…

নগাঁৱত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

নগাঁৱৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে আজি এক নতুন সংযোজন ঘটিল। ৰাজ্যসভাৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা নগাঁও বাঙ্গালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নতুনকৈ নিৰ্মাণ কৰা ইনডৰ ষ্টেডিয়ামখনৰ আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে কেন্দ্ৰীয় বৈদেশিক…

লখিমপুৰত ন-কংগ্রেছী জয়ন্ত খাউণ্ডৰ টিকটৰ বিৰোধিতা

লখিমপুৰত টিকটক লৈ বিদ্ৰোহ আৰম্ভ হল কংগ্রেছ দলত। আজি জিলা কংগ্রেছ কাৰ্য্যালয়ত একাংশ কংগ্রেছ কৰ্মীৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। হাতে হাতে কংগ্রেছৰ পতাকা লৈ অৰ্ধ শতাধিক কংগ্রেছ কৰ্মীয়ে প্ৰতিবাদী শ্লোগান দি উত্তাল কৰি তোলে জিলা…

GI Tag-প্রাপ্ত জহা চাউল ব্রিটেইন-ইটালীলৈ ৰপ্তানি

ভাৰতৰ পৰা কৃষি সামগ্রী ৰপ্তানিৰ ক্ষেত্রত ধাৰাবাহিকতা ৰক্ষা কৰি ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগৰ অন্তর্গত এগ্রিকালচাৰেল এণ্ড প্রচেছড ফুড প্রডাক্টছ এক্সপার্ট ডেভেলপমেণ্ট অথৰিটী, চমুকৈ এপিডাই প্রথম পর্যায়ত ২৫ মেট্রিকটন জহা চাউল বিদেশলৈ…

কাইলৈ প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা!

অসমত আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। এই সময়তে কংগ্ৰেছে ঘোষণা কৰিছে যে কাইলৈ দলটোৱে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। দলৰ সূত্ৰে জনোৱা মতে, ৰাইজৰ দলৰ সৈতে মিত্ৰতা সম্পৰ্কে চলি থকা আলোচনা সাময়িকভাৱে স্থগিত ৰখা হৈছে।…

বিজেপি-অগপৰ আসন ভাগ-বাটোৱাৰাত কাৰ পক্ষলৈ ধুবুৰী সমষ্টি!

শাসকীয় মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু অসম গণ পৰিষদ (অগপ) দলে দলীয় প্ৰাৰ্থী তালিকা অথবা দল দুটাৰ মাজত হোৱা আসন ভাগ-বাটোৱাৰাৰ বিষয়টো ৰাজহুৱা কৰা নাই যদিও যদিও ধুবুৰীত বিষয়টো লৈ বৰ্তমানে ৰাইজৰ মাজত আৰম্ভ হৈছে তুমুল চৰ্চা।…

বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মাৰ বিয়োগ

ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সাংবাদিক, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মাৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শৰ্মাৰ মৃত্যু হয়। তেওঁ আছিল একেধাৰে ক্ৰীড়া সাংবাদিক, ক্ৰীড়া সংগঠক, ক্ৰীড়া ধাৰাভ্যষাকাৰ। ক্ৰীড়া…

ৰাজ্যত LPG গেছৰ কোনো অভাৱ নাই

অসমত ৰন্ধন গেছৰ অভাৱ হোৱা বুলি চলি থকা গুজব খণ্ডন কৰিছে ভাৰতীয় তেল নিগমে (Indian Oil Corporation (IOC))। সংস্থাটোৱে স্পষ্ট কৰি কৈছে যে ৰাজ্যত এলপিজি চিলিণ্ডাৰৰ কোনো সংকট নাই আৰু ৰাইজ আতংকিত হোৱাৰ প্ৰয়োজন নাই। IOCৰ মুখ্য সাধাৰণ প্ৰবন্ধকে…