নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ ৮৬২টা বাণী সম্বলিত নিৰ্বাচিত সংকলন উন্মোচন

অসমৰ ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছৰ সময়ছোৱাত বিভিন্ন উপলক্ষত প্ৰদান কৰা বাণীসমুহৰ নিৰ্বাচিত কিছুসংখ্যক একত্ৰিত কৰি দৰঙৰ ক্ৰীড়া নিদেৰ্শক মোবাৰক হুছেইনে সংকলন আৰু…

সোনম ৱাংচুকক মুক্তি দিয়াৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

লাডাখত সংঘটিত হিংসাৰ ঘটনাৰ সৈতে জড়িত অভিযোগত গ্ৰেপ্তাৰ হোৱা সমাজকৰ্মী আৰু অভিযন্তা সোনম ৱাংচুকক মুক্তি দিবলৈ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (National Security Act (NSA)) অধীনত তেওঁক দিয়া আটকাদেশ তৎক্ষণাত বাতিল…

IPL-2026ৰ পৰা বাহিৰ হৰ্ষিত ৰাণা, KKR-l ডাঙৰ আঘাত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ আৰম্ভ হোৱাৰ আগতেই কলকাতা নাইট ৰাইডাৰ্ছ দলটোৱে ডাঙৰ আঘাত সন্মুখীন হৈছে। দলটোৰ দ্ৰুত বলাৰ হৰ্ষিত ৰাণা সম্পূৰ্ণ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈছে। আঘাতৰ বাবে তেওঁ IPL-2026ত খেলিব নোৱাৰিব। কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ৪…

মোজতবা খামেনেইৰ সন্ধান দিওঁতালৈ আমেৰিকাৰ মোটা অংকৰ পুৰস্কাৰ ঘোষণা

ইৰানৰ নতুন সৰ্বোচ্চ নেতা আৰু আন কেইবাজনো জ্যেষ্ঠ বিষয়া‌ৰ বিৰুদ্ধে আমেৰিকাই বৃহৎ পৰিমাণৰ পুৰস্কাৰ ঘোষণা কৰিছে। আমেৰিকাই ঘোষণা কৰা অনুসৰি মোজতবা খামেনেই আৰু Islamic Revolutionary Guard Corps (আই আৰ জি চি)ৰ সৈতে জড়িত কিছু জ্যেষ্ঠ বিষয়াৰ…

বৰপেটাৰোডত জেহাদী গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চ (STF)য়ে জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত বৰপেটাৰ এজন কাপোৰ দোকানৰ মালিকক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে নিশা চলোৱা এই অভিযানটো এছটিএফ, বৰপেটা আৰক্ষী আৰু বৰপেটাৰোড আৰক্ষীৰ যৌথ প্ৰচেষ্টাত সম্পন্ন কৰা হয়।…

অসমবাসীলৈ ২৪,০০০ কোটি টকাৰ উপহাৰ প্রধানমন্ত্রীৰ

এক ইতিহাস ৰচনা কৰি দুই শতিকাজোৰা প্রতাৰণাৰ অৱসান ঘটাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যৰ চাহ শ্রমিকসকলক ভূমিৰ পট্টা বিতৰণৰ শুভাৰম্ভ কৰিলে৷ গুৱাহাটীৰ বিষ্ণু–জ্যোতি আন্তর্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত এক বিশাল অনুষ্ঠানত তিনিগৰাকী চাহ…

সম্পাদকীয় : নেপালৰ বলেন্দ্র

হিমালয়ৰ পাদদেশৰ এখন ক্ষুদ্র দেশ নেপাল৷ অপৰূপ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ নেপালৰ শোভাই যুগে যুগে আকর্ষণ কৰি আহিছে লক্ষ লক্ষ দেশী–বিদেশী পর্যটকক৷ অপূর্ব পর্বতমালাৰে পৰিৱেষ্টিত শান্ত–শীতল নেপাল যোৱা বছৰ হঠাতে হৈ পৰিছিল প্রচণ্ড উত্তপ্ত৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ মার্চ, ফাগুন মাহৰ ২৯ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণা দশমী, নক্ষত্র : উত্তৰাষাঢ়া, যাত্রা : নাই মেষ : কর্মত উন্নতি৷ ব্যৱসায়ত মধ্যম৷ ব্যয় বৃদ্ধি৷ পূব দিশত ভ্রমণ নকৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷ বৃষ : কর্মসংস্থাপন যোগ৷ পাৰিলে শনি…

ড° দীপজ্যোতি ৰাজখোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য

অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ (উত্তৰ পুৰ্বাঞ্চলৰ)ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক, কৃষি বিজ্ঞানী বোকাখাতৰ ড০ দীপজ্যোতি ৰাজখোৱাক অসমৰ ৰাজ্যপালে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰূপে নিযুক্তি…

কোকৰাঝাৰত গুৱাহাটীৰ পৰাই কেইবাটাও প্ৰকল্পৰ ভূমি পূজন

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বিটিচিবাসী উৎসাহিত হৈ থকাৰ সময়তে প্ৰতিকুল বতৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কোকৰাঝাৰ ভ্ৰমন বাতিল হয়। এমাহজোৰা প্ৰস্তুতি, বিশাল আয়োজন কৰাৰ পিছত হাজাৰ হাজাৰ জনতাই প্ৰধানমন্ত্ৰীক কাষৰ পৰা এবাৰ স্বচক্ষে প্ৰত্যক্ষ…