নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ ফেব্রুৱাৰীত মৰাণৰ ৰাষ্ট্রীয় ঘাইপথত নামিব যুদ্ধ বিমান ৰাফেল

সমাগত নির্বাচনী যুদ্ধৰ পূর্বে অহা ১৪ ফেব্রুৱাৰীত মৰাণৰ ৰাষ্ট্রীয় ঘাইপথত নামিব যুদ্ধ বিমান ‘ৰাফেল’৷ এই ৰাফেলৰ লগতে যুদ্ধ বিমান ছুখয়, মিৰেজ, হাৰকিউলিছ, তেজছ আদি বিমান অৱতৰণ কৰাৰ কথা৷ যদিও এই পর্যন্ত নিশ্চিত তথ্য পোৱা হোৱা নাই, ইয়াৰ বাবে মৰাণৰ…

মেট্রিক পৰীক্ষাত নিৰীক্ষকৰ দায়িত্বত এলপি-ইউপিৰ শিক্ষক

ডিজিটেল ডেস্ক, ৫ ফেব্রুৱাৰী : চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনাৰ বাবে অপ্রাদেশীকৃত, ভেঞ্চাৰ বা বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষকক নিৰীক্ষক হিচাপে নিযুক্তি দিব নোৱাৰিব৷ অর্থাৎ ২০২৬ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিৰীক্ষকৰ…

সম্পাদকীয় : খেতি যাৰ, মাটি তাৰ

পূর্বতে অসমৰ ৮০ শতাংশ লোকেই খেতি কৰি জীৱন নির্বাহ কৰিছিল৷ খেতি কৰিয়ে পৰিয়াল পোহপাল দিছিল৷ খেতিক কেন্দ্র কৰিয়েই মানুহবোৰৰ মাজত সামাজিক দায়বদ্ধতা–আত্মীয়তা গঢ় লৈছিল৷ ইঘৰে আনঘৰক কৃষিকার্যত সহায় কৰিছিল৷ সেয়াই কালক্রমত পৰম্পৰা, লোকাচাৰ,…

৫ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ ফেব্রুৱাৰী, মাঘ মাহৰ ২২ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : নাই মেষ : পুৱা দহ বজালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ শৰীৰ সম্পর্কে…

ধুবুৰী বিধানসভা সমষ্টিত অগপৰ প্ৰাৰ্থিত্ব বিচাৰি ৫গৰাকীৰ আবেদন

আগন্তুক বিধানসভা নিৰ্বাচনত ধুবুৰী বিধানসভা সমষ্টিত অসম গণ পৰিষদ (অগপ) দলৰ টিকট বিচাৰি সৰ্বমুঠ ৫গৰাকীয়ে আবেদন কৰিছে। আজি এয়া সদৰি কৰিছে দলটোৰ ধুবুৰী বিধানসভা পৰিষদৰ সভাপতি দিলীপ কুমাৰ সৰকাৰে। উল্লেখ্য যে, ধুবুৰীত অগপৰ প্ৰাৰ্থীত্ব বিচাৰি…

মাকুমৰ শংকৰদেৱ শিশু নিকেতনত ফ্ৰান্স, ইটালীৰ পৰ্যটকৰ আগমন

আজি মাকুমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ শৈক্ষিক কাৰ্যসূচীৰ মাজতেই ফ্ৰান্স, ইটালী আদিৰ কেইবাগৰাকী পৰ্যটক আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত এক অন্তৰংগ আলাপত মিলিত হৈ শৈক্ষিক প্ৰতিষ্ঠানখনৰ বুজ লয়। মাকুমৰ শংকৰদেৱ শিশু নিকেতনখনৰ …

ৰংঘৰৰ বাকৰিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

৯৬নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰংপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকলক আজি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ…

ভাৰতীয় একাডেমিক গৱেষক সন্থাৰ পৰা শ্ৰেষ্ঠ গৱেষক বঁটাৰ বাবে নিৰ্বাচিত ড০ গিৰীশ বৰুৱা

যোৰহাট নিৱাসী অৱসৰপ্ৰাপ্ত জেষ্ঠ গৱেষক ড° গিৰীশ বৰুৱাক ভাৰতীয় একাডেমিক গৱেষক সন্থাৰ পৰা ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ গৱেষক বঁটাৰ বাবে নিৰ্বাচন কৰিছে ৷ ভাৰতীয় একাডেমিক গৱেষক সংস্থা তিৰুচিৰাপল্লী তামিলনাডুৰ পৰা Best Academic. Researcher Award 2025  ড°…

নগৰবেৰাত ইটাভাতাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জামলাই ইছলামপুৰত ইটাভাতাৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। জনবসতিপূৰ্ণ এলেকাত কৰা ইটাভাতা শীঘ্ৰে বন্ধ কৰিবলৈ ৰাইজে ইটাভাতাতে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উল্লেখ্য যে প্ৰায় তিনি বছৰ ধৰি…

বালিপৰাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ৯ শিক্ষাৰ্থীৰ ৰাজ্যিক বৃত্তি লাভ

বালিপৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ নগৰাকী শিক্ষাৰ্থীয়ে অসম জাতীয় বিদ্যালয়ৰ সদ্যঘোষিত ৰাজ্যিক বৃত্তি পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, ৰাজ্যিক বৃত্তি…