নগৰবেৰাত ইটাভাতাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ
কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জামলাই ইছলামপুৰত ইটাভাতাৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। জনবসতিপূৰ্ণ এলেকাত কৰা ইটাভাতা শীঘ্ৰে বন্ধ কৰিবলৈ ৰাইজে ইটাভাতাতে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
উল্লেখ্য যে প্ৰায় তিনি বছৰ ধৰি…