সম্পাদকীয় : পূর্বপুৰুষলৈ কৃতজ্ঞতা
কৃতজ্ঞতা জনাব পৰাটো মানুহৰ এটা মহৎ গুণ৷ এই পৃথিৱীলৈ মানুহৰ যিটো বোৱঁতী ধাৰা সি পূর্বপুৰুষৰ পৰা ক্রমান্বয়ে বৈ আহিছে৷ পিতৃ–মাতৃৰ পৰাই আমাৰ এই পৃথিৱীখন দেখাৰ সৌভাগ্য হৈছে৷ কেৱল জন্মলাভ কৰাটোৱেই নহয় জন্মৰ পাছতো এগৰাকী বন্ধু, দার্শনিক আৰু পথ…