আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ নিয়মীয়া শুনানি
আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ নিয়মীয়া শুনানি।
পূৰ্বে সংৰক্ষণ ৰখা ৩ অভিযুক্তৰ জামিনৰ আজি ৰায়দান কৰিব আদালতে।
অমৃতপ্ৰভা মহন্ত আৰু ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিনৰ ৰায় দিব আদালতে।
শ্যামকানু মহন্তই জামিন আবেদন দাখিল…