ৰৌতা চাৰিআলিত হেৰুওৱা ম’বাইল উদ্ধাৰ কৰি গৰাকীক প্ৰদান আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৰৌতা, ১৪ ডিচেম্বৰ : ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ম'বাইল হেৰুওৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। জানিব পৰা মতে, ম'বাইলৰ গৰাকীয়ে ৰৌতা আৰক্ষী থানাত হেৰুওৱা ম'বাইল সন্দৰ্ভত লিখিত আবেদন কৰিছিল।
ম'বাইলৰ…