ননৈপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ, নাই চাইকেল ষ্টেণ্ডো
নিয়মীয়া বাৰ্তা, টংলা, ১৪ ডিচেম্বৰ : শিক্ষাৰ আমূল পৰিৱৰ্তনৰ কথা কোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদৰ দিনত শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থাই প্ৰকৃতাৰ্থত শিক্ষা বিভাগৰ স্বৰূপটো উদঙাই দিলে। ভেৰগাঁও মহকুমাৰ অন্তৰ্গত টংলা বিধানসভা সমষ্টিৰ…