চাৰি দশকৰ বাঁওপন্থী দুৰ্গ ভাঙি কেৰালাত বিজেপিৰ ডাঙৰ সাফল্য
কেৰালাৰ স্থানীয় সংস্থাৰ নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)-এ তিৰুৱনন্তপুৰম মহানগৰ নিগমত এক ঐতিহাসিক বিজয় অৰ্জন কৰিছে। চাৰি দশক ধৰি লেফ্ট ডেমোক্ৰেটিক ফ্ৰণ্ট (LDF)-ৰ দুৰ্গ হিচাপে পৰিচিত তিৰুৱনন্তপুৰমত বিজেপিয়ে গেৰুৱা পতাকা…