খালী পদৰ তালিকা দাখিলৰ নির্দেশ ৰাজ্য চৰকাৰৰ
চলিত বর্ষৰ শেষত প্রকাশ পাব স্নাতক (কলা–বিজ্ঞান–গণিত–) আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নতুন বিজ্ঞাপন৷ বিভাগীয় শীর্ষ কর্তৃপক্ষৰ নির্দেশমর্মে ইয়াৰ বাবে তৎপৰ হৈ পৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়৷
যাৰ অংশ হিচাপে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে…