কাজিৰঙাৰ বাগৰিত অঘটন : ৰাজপথত ঢলি পৰিল স্বৰ্ণময়ী…
বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : কাজিৰঙাৰ বাগৰিত এক অঘটন সংঘটিত হয়। ৰাজপথত হঠাতে ঢলি পৰে স্বৰ্ণময়ী নামৰ প্ৰকাণ্ড হাতীটো।
আজি পুৱা বাগৰি বনাঞ্চলত পৰ্যটকক নিজৰ পিঠিত উঠাই কাজিৰঙা দৰ্শন কৰাইছিল হাতীটোৱে। ৰাজপথতে হঠাতে স্বৰ্ণময়ী নামৰ প্ৰকাণ্ড…