নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ৰাইজৰ কংগ্রেছ!

অসমৰ ক্ষমতাত একেৰাহে দীর্ঘকাল মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে আৰম্ভ কৰিছিল ‘ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ’ কার্যসূচী৷ ৰাজ্যৰ চৰকাৰী প্রশাসন ব্যৱস্থাক তৃণমূল পর্যায়ৰ লোকসকলৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এনে কার্যসূচী…

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (৯ ডিচেম্বৰ)

মেষ ৰাশি আজিৰ দিনটো আপোনাৰ বাবে শক্তি আৰু ধনাত্মকতা পূৰ্ণ হ'ব। আপোনাৰ পৰিকল্পনাবিলাকত সম্পূৰ্ণ মনোযোগৰে আগুৱাই যাব পাৰিব আৰু নতুন কাম আৰম্ভ কৰিও সফল হ'ব। অফিচত আপোনাৰ গতি আৰু আত্মবিশ্বাসে সকলকে প্ৰভাৱিত কৰিব। প্ৰেম জীৱনত অনুকূল সময়।…

সুকন্যা : ৰাংঢালী দহিকতৰা

‘কাৰ প্রেৰণাত তই জুৰিলি সংগীত? তটিনীৰ ক্ষীৰ ধাৰা, কাৰ প্রেমে আত্মহাৰা যি গীতৰ তৰংগত হ’ল তৰংগিত হৃদয় আপ্লুত কৰে নাচোন ভংগীত৷’ দহিকতৰা/ৰঘুনাথ চৌধাৰী সুমধুৰ গীত গাই ৰাংঢালী দহিকতৰা চৰায়ে নেজ দাঙি দাঙি পুৱাৰ পৰা গধূলিলৈকে এটা ডালৰ পৰা আন…

সুকন্যা : ঐতিহাসিক ডক্রেশ্বৰ দেৱালয়

বৰপেটা জিলাৰ সদৰৰ পৰা প্রায় ১৫ কিলোমিটাৰ আঁতৰত বাউসী অঞ্চলৰ দক্ষিণ–পূবত ‘ডক্রেশ্বৰ দেৱালয়’ নামেৰে এটা শিৱ মন্দিৰ আছে৷ এই দেৱালয়খনৰ উৎপত্তিৰ বিষয়ে জানিবলৈ হ’লে অতীতলৈ ঘূৰি যাব লাগিব৷ ধর্মপ্রাণ স্বর্গদেউ শিৱসিংহই এই দেৱালয়খনৰ নামত ৪৫৩ বিঘা…

বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ : শিক্ষা আহৰণৰ বাটত ছাত্র–ছাত্রীলৈ অনুপ্রেৰণা যোগোৱাৰ মহান উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্রী ড0 হিমন্ত বিশ্ব শর্মাই আজি ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত ২০২৫ বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ…

প্ৰাক্তন সুদক্ষ ফুটবলাৰ-ক্ৰিকেটাৰ মিন্টু বুঢ়াগোহাঁইৰ মৃত্যু, মৰিয়নিত শোক

মৰিয়নিৰ সমীপৰ পুখুৰীয়া গাঁ‌ৱৰ নিবাসী, প্ৰাক্তন সুদক্ষ ফুটবলাৰ মিন্টু বুঢ়াগোঁ‌হাইৰ আজি পুৱা প্ৰায় ৬-৩০ বজাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ৪৫ বছৰ হৈছিল। বিগত কিছুদিন ধৰি তেওঁ শাৰীৰিক অসুস্থতাত…

সুকন্যা : শীতকালীন সৌন্দর্য চর্চা

শীতকালীন সৌন্দর্য চর্চা নিয়মিতভাৱে মইশ্ব’ৰাইজ কৰকঃ শীতকালত ভাল মানৰ মইশ্ব’ৰাইজাৰৰ ব্যৱহাৰ অতি গুৰুত্বপূর্ণ৷ হাইয়ালুৰনিক এচিড, গ্লিচাৰিন, ভিটামিন ই, শ্বিয়া বাটাৰ আৰু চেৰামাইড আদি উপাদান ব্যৱহাৰ কৰক, যিয়ে ছালৰ বাধা মেৰামতি কৰাত সহায় কৰে৷…

অক্সফোৰ্ডৰ চিকিৎসা মহাবিদ্যালয়ত ফেলশ্বিপৰ বাবে নিৰ্বাচিত ৰিছা দেৱী

সংযুক্ত যুক্তৰাজ্য (United kingdom) অৰ্থাৎ ইংলেণ্ডৰ বিশ্ববিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ত “আন্তৰ্জাতিক প্ৰশিক্ষণ ফেল” (lnternational training fellow// Specialist Medical Practitioner -England) হিচাপে নিযুক্তি লাভ…

ছাকিৰাক আমন্ত্ৰণৰ প্ৰস্তুতি অসমত, মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা

গুৱাহাটী আজি বিশ্বজনীন উত্তেজনাত ভৰি পৰিছে, আৰু ইয়াৰ পিছত কেৱল খানাপাৰাত অনুষ্ঠিত হৈ যোৱা পোষ্ট মেলনৰ কনচাৰ্টৰ লগত সীমাবদ্ধ নহয়। সাংস্কৃতিক উচ্চাকাংক্ষা প্ৰদৰ্শন কৰি অসমে এটা সাহসী সিদ্ধান্ত লব গৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

ট্ৰেক্টৰৰ খুন্দাত স্কুলীয়া ছাত্ৰৰ প্ৰাণহানি, উত্তপ্ত পৰিস্থিতি

ওদালগুৰিত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনা মতে ট্ৰেক্টৰে মহটিয়ালে স্কুলীয়া ছাত্ৰক। গোলমাগাঁৱৰ সমীপৰ খাংখালাবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো। দুৰ্ঘটনাত নিহত হয় ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মনোজ চৌহান…