নিয়োগ বাৰ্তা ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনত ৫৪২টা পদৰ বিজ্ঞাপন নিয়মীয়া বাৰ্তা Dec 9, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ১২ ডিচেম্বৰ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনৰ অধীনত ৫ শতাধিক পদত প্রার্থী নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে৷
অসম দখলী ভূমিত পুখুৰী খান্দি মৎস্য পালন… এইবাৰ ধিঙত উচ্ছেদৰ জাননী প্ৰশাসনৰ নিয়মীয়া বাৰ্তা Dec 9, 2025 ধিঙত ১৬ ডিচেম্বৰত নগাঁও জিলা প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীক চৰকাৰী ভূমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে। উচ্ছেদ চলিব লগা ঠাইসমূহ হল- ধিঙৰ চালনাবৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি,…
বিনোদন পলাশৰে বিবাহ বাতিল, নেটত অনুশীলনত নামিল মান্ধানা নিয়মীয়া বাৰ্তা Dec 9, 2025 সুৰকাৰ পলাশ মুছলৰ সৈতে বিচ্ছেদ ঘটাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছতেই পুনৰ নেটলৈ উভতি আহিছে স্মৃতি মান্ধানা৷ ভাৰতীয় বিশ্বকাপ বিজয়ী মহিলা দলৰ সদস্যগৰাকীয়ে ব্যক্তিগত জীৱনত দেখা দিয়া জোকাৰণিৰ সৈতে মোকাবিলা কৰিবলৈ সম্ভৱতঃ ২২ গজ বাছি লৈছে৷ মান্ধানাই…
অসম খানাপাৰাত মেলন উন্মাদনা, জুবিন গার্গক কিংবদন্তি আখ্যা মেলনৰ নিয়মীয়া বাৰ্তা Dec 9, 2025 ডিচেম্বৰ মাহৰ শীতৰ নিশা৷ ধৱল কুঁৱলীৰ আচ্ছাদন চৌদিশে৷ ঠক ঠক কৈ কঁপি উঠা এই নিশাও সুৰ, সংগীত, বাদ্যৰ ছন্দোবদ্ধ সুৰৰ ৰাগিত মাতাল হৈ পৰিল গুৱাহাটী মহানগৰী৷ বিশ্বখ্যাত ৰেপাৰ–পপ ষ্টাৰ প’ষ্ট মেলনৰ যাদুকৰী কণ্ঠৰ সুৰৰ মায়াজালত বন্দী হ’ল হাজাৰ হাজাৰ…
অসম কংগ্রেছৰ ২২টা ছীটত ১০ কোটি টকালৈকে চলিছে দৰদাম, ড০ শর্মাৰ বিস্ফোৰক অভিযোগ নিয়মীয়া বাৰ্তা Dec 9, 2025 বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : কংগ্রেছৰ ২২টা ছীটত ১০ কোটি টকালৈকে দৰ–দাম চলিছে৷ বিধানসভা নির্বাচনক লৈ ৰাজ্যত আৰম্ভ হোৱা তৎপৰতাৰ মাজতে বিৰোধী কংগ্রেছৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীৰ…
ক্রীড়া-জগত কটকত আজি ভাৰত–দক্ষিণ আফ্রিকাৰ প্রথম টি–২০ নিয়মীয়া বাৰ্তা Dec 9, 2025 শৃংখলা আৰম্ভ হোৱাৰ প্রাক মুহূর্তত চিন্তিত হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক সূর্য কুমাৰ যাদৱ৷ আজিৰে পৰা ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ ৫খনীয়া টি–২০ মেচৰ শৃংখলাটো আৰম্ভ হ’ব৷ শৃংখলাৰ প্রথমখন মেচ কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত…
অসম MR. & MS ASSAMৰ খিতাপ দখল কিৰণ টায়েং, মামণি দাসৰ নিয়মীয়া বাৰ্তা Dec 9, 2025 জোনাইত প্ৰথমবাৰৰ বাবে AAPSA/IFBB/ IBBFFৰ উদ্যোগত আৰু জোনাই চিয়াং ফিটনেছ চেণ্টাৰৰ আতিথ্যত মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ চৌহদত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম ভিত্তিত 'MR. & MS ASSAM' দেহশ্ৰী প্ৰতিযোগিতাৰ সামৰণি পৰিছে। ৰাজ্যৰ…
সুকন্যা সুকন্যা : জীয়াভৰলী নদীৰ পাৰৰ কন্যকালৈ আলহী পক্ষীৰ আগমন নিয়মীয়া বাৰ্তা Dec 9, 2025 শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰলৈ নামি আহিলে বহু দূৰৰ পৰা আমাৰ চকুত পৰে বিশাল কৃষিভূমিৰ ভিতৰত সযত্নে সংৰক্ষিত ‘কন্যকা’ কৃষিপাম৷ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত থকা বিস্তৃত ‘কন্যকা’ কৃষিপাম এইবাৰ শীতৰ আৰম্ভণিৰ লগে লগেই হৈ পৰিছে…
সম্পাদকীয় সম্পাদকীয় : ৰাইজৰ কংগ্রেছ! নিয়মীয়া বাৰ্তা Dec 9, 2025 অসমৰ ক্ষমতাত একেৰাহে দীর্ঘকাল মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে আৰম্ভ কৰিছিল ‘ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ’ কার্যসূচী৷ ৰাজ্যৰ চৰকাৰী প্রশাসন ব্যৱস্থাক তৃণমূল পর্যায়ৰ লোকসকলৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এনে কার্যসূচী…
অসম আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (৯ ডিচেম্বৰ) নিয়মীয়া বাৰ্তা Dec 9, 2025 মেষ ৰাশি আজিৰ দিনটো আপোনাৰ বাবে শক্তি আৰু ধনাত্মকতা পূৰ্ণ হ'ব। আপোনাৰ পৰিকল্পনাবিলাকত সম্পূৰ্ণ মনোযোগৰে আগুৱাই যাব পাৰিব আৰু নতুন কাম আৰম্ভ কৰিও সফল হ'ব। অফিচত আপোনাৰ গতি আৰু আত্মবিশ্বাসে সকলকে প্ৰভাৱিত কৰিব। প্ৰেম জীৱনত অনুকূল সময়।…