নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ

খানাপাৰাত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ আবকাৰী বিভাগে জব্দ কৰে বিলাতী সুৰাখিনি মণিপুৰলৈ সৰবৰাহৰ সময়তে জব্দ মেঘালয়ৰ সুৰাখিনি জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা এজন ট্ৰাকত নুদোলচ্ কাৰ্টনৰ ভিতৰত ভৰাই আনিছিল…

হাজোৰ পথ দুৰ্ঘটনা-ত আহত তৃতীয়গৰাকী ছাত্ৰীৰো প্ৰাণহানি

২২ নৱেম্বৰত হাজোৰ শনিয়াদীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। বৰ্তমানলৈ দুৰ্ঘটনাত পতিত তিনিওগৰাকী ছাত্রীয়ে কৰুণভাৱে মৃত্যুক আকোৱালি ললে। শেহতীয়াকৈ ছাহিন আখতাৰাই মৃত্যুৰ সৈতে যুঁজি আজি GMCHত চিকিৎসাধীন অৱস্থাত ছাত্ৰীগৰাকীৰ মৃত্যু হয়।…

ৰাজ্যত কূটাঘাতৰ আছিল পৰিকল্পনা… খাৰুপেটীয়াত কুখ্যাত জেহাদী গ্ৰেপ্তাৰ

দৰঙৰ খাৰুপেটীয়াত কুখ্যাত জেহাদী গ্ৰেপ্তাৰ। মুনসেৰ আলীক Arakan Rohingya Salvation Army আৰু Tahrik -E- Taliban Pakistanৰ লগত সুসম্পৰ্ক থকাৰ অভিযোগত কমাৰপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। মুনসেৰ আলী কিছুদিন পূৰ্বে তামিলনাডু কৰ্মস্থলীৰ পৰা…

যোগীঘোপাৰ পাচনীয়া গো–মাঠত বেদখলকাৰীয়ে পুনৰ সাজিছে ঘৰ–দুৱাৰ

🔹 জাননীতে থমকিল প্রশাসনৰ উচ্ছেদ অভিযান নিয়মীয়া বার্তা, যোগীঘোপা, ২৬ নৱেম্বৰ : বঙাইগাঁও জিলাৰ পাচনীয়া গো–মাঠত থকা ৫৩৩ বিঘা ভূমিত বসবাস কৰা লোকক প্রশাসনে সময়সীমা বান্ধি দি স্ব–ইচ্ছাই আঁতৰি যাবলৈ দিয়া নির্দেশ মানি বেদখলকাৰী আঁতৰি গৈছিল যদিও…

টি–২০ বিশ্বকাপৰ সূচী ঘোষণা, ১৫ ফেব্রুৱাৰীত ভাৰত-পাকৰ মহাৰণ

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : দীর্ঘদিনীয়া অপেক্ষাৰ অন্ত৷ অহা বর্ষত হ’বলগীয়া টি–২০ বিশ্বকাপৰ সূচী ঘোষণা কৰিলে আইচিচিয়ে৷ ২০২৬ বর্ষৰ ৭ ফেব্রুৱাৰীৰ পৰা প্রতিযোগিতাখন আৰম্ভ হ’ব৷ ৮ মার্চত ফাইনেল মেচখন খেলোৱা হ’ব৷ ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ৭ ফেব্রুৱাৰীত…

মান্ধানা–পলাশৰ বিবাহ স্থগিত ৰখাক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ভাৰতীয় মহিলা দলটোৰ তাৰকা বেটাৰ স্মৃতি মান্ধানা আৰু পলাশ মুছলৰ বিয়া স্থগিত ৰখাক লৈ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ তাৰকা মহিলা ক্রিকেটাৰগৰাকীৰ হ’বলগীয়া স্বামীৰ সৈতে বিবাহৰ আগনিশা মান্ধানাৰ এগৰাকী ঘনিষ্ঠ বান্ধৱীৰ…

‘এ আই’ৰ আধিপত্য

বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই মানৱ জাতিৰ বাবে একবিংশ শতিকাৰ দ্বিতীয় দশকত আগবঢ়োৱা আশ্চর্যকৰ উপহাৰ হ’ল ‘এ আই’–কৃত্রিম বুদ্ধিমত্তা৷ মানুহৰ বুদ্ধিমত্তাক প্রত্যাহ্বান জনাব পৰা এই উদ্ভাৱনে দ্রুতগতিত বিজ্ঞানীৰ প্রয়োগশালাৰ পৰা ওলাই আহি মানুহৰ ঘৰত…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২৬ নৱেম্বৰ, আঘোণ মাহৰ ৯ তাৰিখ বুধবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : শ্রৱণা, যাত্রা : মধ্যম মেষ : কামৰ ব্যস্ততা বৃদ্ধি৷ শুভ কর্ম সম্পন্ন কৰিব পাৰিব৷ আশাবাদী মন৷ শৰীৰৰ কিছু যত্নৰ প্রয়োজন৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৬৷…

দিখৌমুখৰ স্বাধীনতা সংগ্ৰামী প্ৰহ্লাদ সাধনিদাৰৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, দিখৌমুখ, ২৫ নৱেম্বৰ : দিখৌমুখ ভেছেলিমাৰী গাঁও নিৱাসী স্বাধীনতা সংগ্ৰামী, বিশিষ্ট সমাজকৰ্মী, একালৰ লোকেল বোৰ্ডৰ মেম্বাৰ প্ৰহ্লাদ সাধনিদাৰৰ ২৪ নৱেম্বৰৰ নিশা ১০৬ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত মৃত্যু হয়। ১৯১৯ চনত…

বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবর্ষ, নলবাৰী নগৰ সমিতি গঠন

ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ : নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবর্ষ মহোৎসৱ উদযাপন কৰাৰ বাবে প্রস্তুতি চলাইছে৷ ইতিমধ্যে প্রাক্তন ছাত্র–ছাত্রী আৰু শুভাকাংক্ষীসকলক লৈ বিভিন্ন সমিতি গঠন কৰাৰ প্রক্রিয়া…