দিল্লীৰ বিস্ফোৰণৰ পিছত সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট দি গ্ৰেপ্তাৰ লখিমপুৰৰ দুই যুৱক
বিশেষ বাৰ্তা, ১৩ নৱেম্বৰ : যোৱা দহ নৱেম্বৰৰ সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত মেট্ৰ' ষ্টেচনৰ দাঁতিত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাই সমগ্র দেশক জোকাৰি গৈছে। এই ঘটনাই সতৰ্ক কৰি তুলিছে দেশৰ প্ৰতিখন ৰাজ্যক। ঘটনাটোক সকলোৱে গৰিহণা দি এনে নিকৃষ্ট…