নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰৈ ৰৈ বিনালে ৰেকৰ্ডিং কৰি আৰক্ষীৰ জালত ধুবুৰীৰ আশিকুৰ

জুবিন গাৰ্গৰ অন্তিমখন ছবি "ৰৈ ৰৈ বিনালে"ৰ পাইৰেচী নকৰিবলৈ আহ্বান জনোৱা হৈছে যদিও তৎস্বত্বেও অবৈধ ৰেকৰ্ডিং তথা লাইভ ষ্ট্ৰিমিং কৰি ধুবুৰীৰ এজন যুৱক আৰক্ষীৰ জালত পৰিছে। ধুবুৰী আৰক্ষীয়ে সামাজিক মাধ্যমৰ নিজৰ পেজযোগে এয়া সদৰী কৰিছে। প্ৰাপ্ত…

ভট্টদেৱ বিশ্ববিদ্যালয়ত চুৰি, নিৰাপত্তাহীনতাত ছাত্ৰী নিৱাসৰ ছাত্ৰী

নামনি অসমৰ ভিতৰতে উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠন পাঠশালাস্থিত বজালী ভট্টদেৱ বিশ্ববিদ্যালয়ত সংগঠিত এক চুৰি কাণ্ডই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰা অনুসৰি উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠাখনত পৰ্যাপ্ত নৈশ পহৰাৰ…

নাবার্ড -ত ৯১টা সহকাৰী মেনেজাৰৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ নেচনেল বেংক ফৰ এগ্রিকালচাৰ এণ্ড ৰুৰেল ডেভেল’পমেণ্ট (নাবার্ড)ৰ তৰফৰ পৰা এক বিজ্ঞাপনযোগে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

কহিনুৰ থিয়েটাৰৰ অভিনেত্ৰীৰ পৰা নগদ ধন চুৰি, ছিপাঝাৰত চোৰৰ চাফাই অভিযান

ছিপাঝাৰৰ বটাবাৰী গাঁৱত নিশা সংঘটিত হ’ল এক চুৰিৰ ঘটনা। চোৰে একে ৰাতিত তিনিটা পৰিয়ালৰ ঘৰত চাফাই অভিযান চলাই লুটপাত সংঘটিত কৰে। স্থানীয় সূত্ৰে জনা মতে, গগন শৰ্মা, প্ৰণৱ শৰ্মা আৰু হিতেশ শৰ্মাৰ পৰিয়ালৰ ঘৰৰ পৰা চোৰে নগদ ধন, গহনা, ইলেক্ট্ৰনিক…

দিল্লী বিস্ফোৰণৰ ঘাতক গাড়ীৰ চালকৰ আসনত আছিল উমৰ! ডি এন এ পৰীক্ষা সম্পন্ন

ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ : দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ বিস্ফোৰণত ব্যৱহাৰ হোৱা হুণ্ডাই I20 গাড়ীখনৰ চালকৰ আসনত উমৰ উন-নবীয়ে আছিল। শেহতীয়াকৈ ডি এন এ পৰীক্ষাত এই কথাৰ প্ৰমাণ ওলাইছে। তদন্তকাৰীৰ সূত্ৰ অনুসৰি ঘটনাস্থলীৰ পৰা উদ্ধাৰ…

২৩সংখ্যক এছিয়া মাষ্টাৰ্ছ এথলেটিকছত উজলিল শিক্ষক বাবুল ফুকন

তামিলনাডুত অনুষ্ঠিত ২৩তম্ এছিয়া মাষ্টাৰ্ছ এথলেটিকছত ব্ৰঞ্জৰ পদকেৰে উজলিল লাহোৱালৰ মেলেঙীয়াল গাঁৱৰ বাবুল ফুকন। বাবুল ফুকন টেঙাখাত শেনচুৱা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক। তামিলনাডুত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৪১খন দেখে অংশগ্ৰহণ কৰিছিল। ৪১খন…

বৃহৎ পৰিমাণৰ আফিং জব্দ : ৰঙিয়া আৰক্ষীৰ সফলতা

ৰঙিয়া আৰক্ষীৰ অন্যতম ডাঙৰ সফলতা। আজি পুৱতিনিশা কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ আফিং জব্দ কৰে আৰক্ষীয়ে। ৰাষ্ট্ৰীয় ঘাইপথত অসম আৰক্ষীয়ে ১৯৬ কিলোগ্ৰাম আফিং জব্দ কৰে। বৃহস্পতিবাৰে পুৱতিনিশা অসম আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ১৪…

কেৰিয়াৰ বচাবলৈ ঘৰুৱা ক্রিকেট খেলিব লাগিব টীম ইণ্ডিয়াৰ দুই ছুপাৰষ্টাৰে

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : টীম ইণ্ডিয়াৰ দুই ছুপাৰষ্টাৰে ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে যদি জাতীয় দলত খেলিব লগা হয়, তেন্তে দুয়োজনে নিশ্চিতভাৱে ঘৰুৱা ক্রিকেটত নিয়মীয়াকৈ অংশগ্রহণ কৰিব লাগিব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এই কথা স্পষ্ট কৰি দিছে…

জখলাবন্ধা-ত বনৰীয়া ম’হৰ আক্ৰমণত আহত মহিলা

কলিয়াবৰৰ জখলাবন্ধা থানা এলেকাৰ দেওচোৰ চাঙত বনৰীয়া ম'হৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে। আহত মহিলাগৰাকীৰ নাম ৰীণা ৰায়। চিৰাং চাহ বাগিচাত কাম কৰিবৰ বাবে ঘৰৰ পৰা ওলাই গৈ থকাৰ সময়তে হঠাতে হাবিয়নিৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া মহে…

দিল্লী বিস্ফোৰণক লৈ ফেচবুকত বিতৰ্কিত মন্তব্য দি আটক হাইলাকান্দিৰ ফৰিদ

দিল্লীৰ সাম্প্ৰতিক বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যম ফেচবুকত বিতৰ্কিত আৰু সাম্প্ৰদায়িক সংবেদনশীল মন্তব্য কৰাৰ অভিযোগত হাইলাকান্দিৰ লালা আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। যুৱকজনৰ নাম ফৰিদ উদ্দিন লস্কৰ, যি লালা থানাৰ অন্তৰ্গত ৰংপুৰ গাঁৱৰ…