ৰহাত ৩৭,৮৩৩গৰাকী মহিলালৈ উদ্যমিতা আঁচনিৰ চেক মুখ্যমন্ত্ৰীৰ
🔹 চাপৰমুখত নৱনিৰ্মিত ৰে'লৱে উৰণ সেতু উদ্বোধন
নিয়মীয়া বাৰ্তা, ৰহা, ১১ নৱেম্বৰ : ৰহাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত মঙলবাৰে ৩৭,৮৩৩গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰহা…