চৰাইদেউৰ দিল্লী সংৰক্ষিত বনাঞ্চলত বনধ্বংস অব্যাহত…
বিশেষ বাৰ্তা, সোণাৰি, ১১ নৱেম্বৰ : চৰাইদেউ জিলাৰ পূব প্ৰান্তত অৱস্থিত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ সীমা নির্ধাৰণ কৰি ৩০৩২.৭০৬ হেক্টৰ ভূ-খণ্ড আগুৰি থকা দিল্লী সংৰক্ষিত বনাঞ্চলত সম্প্রতি অৰুণাচল দিশৰ পৰা চোৰাং কাঠ ব্যৱসায়ীয়ে ব্যাপক হাৰত…