নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতী-ৰ আক্ৰমণত প্ৰাণ গ’ল দুই মহিলাৰ, ব্যৰ্থ বন বিভাগ

বাক্সাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজনকৈ লোকৰ।মঙ্গলবাৰে সন্ধিয়া সাতমান বজাত জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে বাক্সা জিলাৰ জালাহবস্তি গাঁৱৰ ৰাণী হাচদা আৰু পৰমেশ্বৰ বাস্কীক। প্ৰতিটো দিনতেই…

ৰাস চাবলৈ গৈ নাহিল উভতি… জামুগুৰিহাট-ত নৃশংস হত্যাকাণ্ড

জামুগুৰিহাট-ৰ কোৱামৰা গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড, যিয়ে সমগ্ৰ অঞ্চলক স্তম্ভিত কৰি তুলিছে। কোৱামৰা গাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সুমন দাস (৩৬) নামৰ এজন যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰাথমিক সন্দেহ অনুসৰি,…

বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান, মহিলা সৰবৰাহকাৰী আটক

মহানগৰীত ড্ৰাগছবিৰোধী অভিযানত পুনৰ এক বৃহৎ সফলতা অৰ্জন কৰিলে বশিষ্ঠ আৰক্ষীয়ে। বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই মেঘালয়ৰ পৰা মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা অনুসৰি, ধৃত মহিলাজনীৰ নাম বাসন্তী বসুমতাৰী ওৰফে বড়ো বুঢ়ী।…

চাংসাৰি-ত জ্বলিল বিলাসী বাহন, নিশা ভয়ংকৰ দৃশ্য

নিশাৰ ভাগত চাংসাৰি আৰক্ষী থানাৰ অধীনত সংঘটিত হয় এক আতঙ্কজনক ঘটনা। ৰাজপথৰ মাজতে দাওদাওকৈ জ্বলি উঠে বিলাসী বাহন। জানিব পৰা অনুসৰি, গুৱাহাটী অভিমুখৰ পৰা বাইহাটা চাৰিআলিৰ দিশে গৈ আছিল বাহনখন। হঠাতে বাহনখনৰ ইঞ্জিনৰ পৰা ধোঁৱা উঠিবলৈ আৰম্ভ কৰে…

সম্পাদকীয় : আর্দ্রভূমিৰ গুৰুত্ব

পৃথিৱীৰ বৃক্কক লৈ মানুহ সচেতন নহয়৷ মানুহ শিক্ষিত হৈছে, মানুহে চিন্তা কৰিবলৈ শিকিছে, কিন্তু মানুহে পৃথিৱীখনক সুন্দৰ কৰি ৰাখিবলৈ শিকা নাই৷ সেয়ে চৌদিশে প্রদূষণ৷ পৃথিৱীখনক সকলোতকৈ বেছি অনিষ্ট কৰিছে মানুহেই৷ এই কথাবোৰ সকলোৱে জনাৰ পিছতো আমি…

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (১২ নৱেম্বৰ)

আজিৰ দিনটোৰ ৰাশিফল আজি ১২ নৱেম্বৰ, কাতি মাহৰ ২৫ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণ অষ্টমী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই মেষ : বিদ্যার্থীৰ অনুকূল৷ মনত বল ৰাখক৷ ঘৰুৱা সমস্যা শাম কাটিব৷ আর্থিকত মধ্যম বুলি ক’ব পৰা যায়৷ প্রেমত মধ্যম৷ বৃষ :…

কিউবা-ৰ ৰাষ্ট্ৰপতিৰে পবিত্ৰ মাৰ্ঘেৰিটাৰ দ্বিপাক্ষিক বৈঠক

সোমবাৰে কিউবাৰ ৰাজধানী হাভানাত দেশখনৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ-কানেলৰ সৈতে বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এক সুদীৰ্ঘ দ্বিপাক্ষিক বৈঠকত অংশ লয়। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই কিউবাৰ দুগৰাকী উপ-প্ৰধানমন্ত্ৰী আৰু ছগৰাকী…

দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত নলবাৰী-ৰ ৰাসোৎসৱ, ভক্ত-দৰ্শনাৰ্থীৰে উখল-মাখল পৰিৱেশ

ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিভু ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে সনাতন ধৰ্মীয় সংস্কৃতিৰ পীঠস্থান উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত। ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ভক্তি ৰসেৰে উদুলি মুদুলি হৈ…

নগৰবেৰাত ভয়ংকৰ বাইক দুৰ্ঘটনা, ছাত্ৰসহ আহত ৩

কামৰূপৰ হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আজি আবেলি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ দুই ছাত্ৰ মজিনুৰ ইছলাম আৰু চানিদুল ইছলাম৷ আনহাতে দুৰ্ঘটনাত আহত আনজন বাইক আৰোহী…

দুৰ্নীতিৰ ৰাণী ACS বিষয়া নূপুৰ বৰাক জামিন বিশেষ আদালতৰ

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ACS অফিচাৰ নূপুৰ বৰাক আজি বিশেষ আদালতে জামিন মঞ্জুৰ কৰিছে। বিগত কিছুদিন ধৰি নূপুৰ বৰাই ৰঙাঘৰৰ আলহী হৈ আছিল। আজি বিশেষ ন্যায়াধীশে জামিন অনুমোদন কৰে। আদালতে নিৰ্দিষ্ট চৰ্তৰ অধীনত নূপুৰ বৰাক মুক্তি দিয়াৰ…