নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত গাড়ী চলোৱা অৱস্থাত অগ্নিদগ্ধ হৈ এজন লোকৰ কৰুণ মৃত্যু

হোজাইত গাড়ী চলোৱা অৱস্থাত অগ্নিদগ্ধ হৈ এজন লোকৰ কৰুণ মৃত্যু হোজাইৰ শিলিগুৰিবস্তিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। গাড়ী চলোৱা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু এজন লোকৰ কৰুণ মৃত্যু ঘটে। মৃত লোকজনৰ নাম শিলিগুৰিবস্তিৰ ৬১ বছৰীয়া হাৰাধন সূত্ৰধৰ।…

পশ্চিম কাৰ্বি আংলঙত ভয়ানক পথ দুৰ্ঘটনা, নিহত ৩, আহত ৩৫

পশ্চিম কাৰ্বি আংলং জিলাৰ অতি দুৰ্গম পাহাৰীয়া অঞ্চল আমডবাত নিশা এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন মেক্স পিক আপ বাহন। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে তিনিজনকৈ লোক। ঘটনা লীত থিতাতে নিহত হোৱা লোককেইজন…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ অক্টোবৰ, আহিন মাহৰ ২০ তাৰিখ মঙলবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : ৰেৱতী, যাত্রা : শুভ মেষ : প্রেমত বাধা আছে৷ বিদ্যাত সিমান ভাল দেখা নাযায়৷ ঘৰুৱা ক্ষেত্রত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব৷ শুভ ৰং বগা, সংখ্যা ২৷ বৃষ : ব্যৱসায়ত নতুনকৈ…

তিনি চিকিৎসকলৈ ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা

নিউজ ডেস্ক, ৬ অক্টোবৰ : মেৰী ই ব্ৰাংকো, ফ্ৰেড ৰামছডেল আৰু শিমন ছাকাগুচিয়ে পেৰিফেৰেল ইমিউন ট’লাৰেন্স সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে এইবেলি চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে। আজি ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰি এই…

শ্রদ্ধাঞ্জলি আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ… কেবিনেট বৈঠক-ত লোৱা সিদ্ধান্তৰ সবিশেষ চাওক

আজি জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত হল ৰাজ্যিক কেবিনেট বৈঠক। কেবিনেটৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেবিনেটৰ লোৱা সিদ্ধান্তৰ সদৰী কৰে। আজি কেবিনেট বৈঠকতে…

গামোচাত ১১টাকৈ কবিতা লিখি স্বীকৃতি আঁজুৰিলে নলবাৰীৰ আইনুলে

ডিজিটেল ডেস্ক, ৬ অক্টোবৰ : নলবাৰী জিলাৰ মুগকুছি গাঁৱৰ প্ৰতিভাসম্পন্ন যুৱক তথা শংকৰ-আজান পুথিভঁৰালৰ পৰিচালক আইনুল হকে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰি সমগ্ৰ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে আইনুলে অসমীয়াৰ স্বাভিমান…

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক জোতা নিক্ষেপৰ চেষ্টা!

আজি উচ্চতম ন্যায়ালয়ত (ছুপ্ৰিম কৰ্ট)ত তীব্ৰ চাঞ্চল্য সৃষ্টি হয়, যেতিয়া এজন উকীলে মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই (CJI B R Gavai)ৰ বেঞ্চৰ সন্মুখত শ্লোগান দি জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰে। CJI গাভায়ে এই ঘটনাৰ বিষয়ে মন্তব্য কৰি কয়, “এই কৰ্মই…

পাহাৰৰ ৰাণীখ্যাত দাৰ্জিলিঙৰ অবৰ্ণনীয় পৰিস্থিতি : ২৩জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৬ অক্টোবৰ : আজিও অবৰ্ণনীয় হৈয়ে আছে দাৰ্জিলিঙৰ পৰিস্থিতি। প্রচণ্ড বৃষ্টিপাত আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে পশ্চিমবংগৰ দার্জিলিং৷ পাহাৰৰ ৰাণীখ্যাত জিলাখনৰ মিকিৰ আৰু সুখীয়াপোখাৰিত ভূমিস্খলনৰ ফলত অতিকমেও ২৩জন লোকৰ মৃত্যু হোৱাৰ…

ৰাজস্থানৰ চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড : তিনি মহিলাসহ সাতজন ৰোগীৰ প্ৰাণহানি

নিউজ ডেস্ক, ৬ অক্টোবৰ : ৰাজস্থানৰ জয়পুৰৰ ছাৱাই মান সিং হাস্পতালত দেওবাৰে নিশা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ট্ৰমা চেণ্টাৰৰ আইচিইউত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত তিনিগৰাকী মহিলাসহ মুঠ সাতজন ৰোগীৰ মৃত্যু হৈছে। ঘটনাটো নিশা প্ৰায় ১১:২০…

আৰক্ষীৰ জালত চাইবাৰ অপৰাধী আনিচুজ, আপত্তিজনক নথিসহ বেংক পাছবুক, চেক জব্দ

মৈৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী আনিচুজ জামান। আনিচুজ জামানৰ ঘৰ মৈৰাবাৰী থানা এলেকাৰ পলাহজুৰি গাঁৱত। দেওবাৰে মৈৰাবাৰী থানাৰ পৰা যোৱা আৰক্ষীৰ অভিযানকাৰী দল এটাও পলাহজুৰি গাঁৱৰ নিজা গৃহৰ পৰা কৰায়ত্ত কৰে চাইবাৰ অপৰাধীটোক। চাইবাৰ…